Class 10 Science Chapter 14 MCQ
(শক্তিৰ উৎসসমূহ)
1. তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়?
(a) জীৱাশ্ম ইন্ধন
(b) জীৱভৰ
(c) নিউক্লীয় শক্তি
(d) বায়ু শক্তি
Ans : (b) জীৱভৰ
2. তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস –
(a) বায়ু শক্তি
(b) জল শক্তি
(c) জৈৱ-ভৰ
(d) জীৱাশ্মজাত ইন্ধন
Ans : (d) জীৱাশ্মজাত ইন্ধন
3. তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়?
(a) জৈৱ উপাদান
(b) নিউক্লীয় শক্তি
(c) ভূতাপীয় শক্তি
(d) বায়ু শক্তি
Ans : (b) নিউক্লীয় শক্তি
4. তলৰ কোনটো জীৱ-ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়?
(a) খৰিৰ
(b) নিউক্লীয় শক্তি
(c) গোবৰ গেছ
(d) কয়লা
Ans : (b) নিউক্লীয় শক্তি
5. তলত কোনটো অপৰম্পৰাগত শক্তিৰ উৎস?
(a) জীৱাশ্মজাত ইন্ধন
(b) তাপভিত্তিক শক্তি প্রকল্প
(c) জলশক্তি প্রকল্প
(d) সৌৰশক্তি
Ans : (d) সৌৰশক্তি
6. তলৰ কোনটো জৈৱ উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয়?
(a) খৰি
(b) গোবৰ গেছ
(c) কয়লা
(d) নিউক্লীয় শক্তি
Ans : (d) নিউক্লীয় শক্তি
7. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়?
(a) ভূ-তাপীয় শক্তি
(b) বায়ু শক্তি
(c) নিউক্লীয় শক্তি
(d) জৈৱ উপাদান
Ans: (c) নিউক্লীয় শক্তি
৪. পেট্ৰ'ল আৰু ডিজেল হৈছে-
(a) নৱীকৰণযোগ্য শক্তিৰ উৎস
(b) প্ৰদূষণ নকৰা শক্তিৰ উৎস
(c) প্ৰদূষণ সৃষ্টিকাৰক শক্তিৰ উৎস
(d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস
Ans : (d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস
9. পেট্ৰ'লিয়ামৰ পাতনত জড়িত এটা প্রক্রিয়া হৈছে-
(a) ঘনীভৱন
(b) বাষ্পীভৱন
(c) পাতন
(d) তৰলীকৰণ
Ans : (b) বাষ্পীভৱন
10. এনথ্রাছাইটত থকা কাৰ্বনৰ পৰিমাণ হৈছে-
(a) 65%
(b) 78%
(c) 95%
(d) 99%
Ans: (c) 95%
11. খাৰুৱা তেলৰ তাপ অপঘটন কৰাৰ কাৰণটো-
(a) খাৰুৱা তেলত সহজে পৰিবহণযোগ্য কৰিবলৈ
(b) কেল'ৰি মান বঢ়াবলৈ
(c) আঁতৰাবলৈ
(d) উৎপন্ন হোৱা পেট্ৰ'লৰ পৰিমাণ বঢ়াবলৈ
Ans : (d) উৎপন্ন হোৱা পেট্ৰ'লৰ ৰ পৰিমাণ পৰিমাণ বঢ়াবলৈ বঢ়াবলৈ
12. এল. পি. জিক সংৰক্ষিত কৰা হয়-
(a) উচ্চ চাপত
(b) কম উষ্ণতাত
(c) অনুঘটকৰ উপস্থিতিত
(d) ওপৰত উল্লেখ কৰা আটাইকেইটা
Ans : (a) উচ্চ চাপত
13. নিউক্লীয় শক্তি উৎপাদন কৰা হয়-
(a) নিউক্লীয় একীভৱনৰ দ্বাৰা
(b) তাপ অঘটনৰ দ্বাৰা
(c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা
(d) বিভাজন পাতনৰ দ্বাৰা
Ans : (c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা
14. প্লাষ্টিকবোৰ-
(a) অপচয়ৰ-পৰা-শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস
(b) অপচয়ৰ-পৰা-শক্তিৰ উদ্যোগত ব্যৱহাৰ কৰিব নোৱাৰি
(c) জীৱনমনীয়
(d) এবিধ জীৱাৱশেষ শক্তিৰ উৎস
Ans : (a) অপচয়ৰ-পৰা-শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস
15. তৰলীকৃত পেট্ৰলীয়াম গেছৰ প্ৰধান উপাদান হৈছে—
(a) এক্টিন
(b) বিউটিন
(c) বিউটেন
(d) পেন্টেন
Ans : (c) বিউটেন
js
Monday, July 28, 2025
SEBA Class 10 Science Chapter 14 MCQ (শক্তিৰ উৎসসমূহ)
Subscribe to:
Post Comments (Atom)
SEBA দশম শ্ৰেণী ইতিহাস অধ্যায় - মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Short Question Answer.
Class 10 History Very Short Question answer. দশম শ্ৰেণী ইতিহাস অধ্যায় - মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Short Question Answ...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
-
ভাৰতৰ ৰাজনৈতিক দল অনুশীলনীৰ প্রশ্নোত্তৰ অতি চমু প্রশ্নোত্তৰ প্রশ্ন ১। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। উত্তৰঃ চীন। প...
-
fetch() is a modern API in JavaScript used to make network requests, typically to fetch resources from a server. It returns a Promise that...
No comments:
Post a Comment