js

Wednesday, July 30, 2025

SEBA Class X Science Light-Reflection and Refraction MCQ

 Class X Science Light-Reflection and Refraction MCQ

1. গোলাকাৰ দাপোণৰ ফ'কাছ দৈর্ঘ্য আৰু ভাজব্যাসাদ্ধৰ অনুপাত হ'ল-
(a) 0.5
(b) 1
(c) 2
(d) 3

উত্তৰঃ (a) 0.5

2. অৱতল দাপোণে উৎপন্ন কৰা প্রতিবিম্ব।
(a) সদায় সৎ।
(b) সদায় অসৎ।
(c) সৎ আৰু অসৎ দুয়োটাই হ'ব পাৰে।
(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ'ব পাৰে।
3. উত্তল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব -
(a) সৎ, বিবর্ধিত।
(b) সৎ, সংকুচিত।
(c) অসৎ, বিবর্ধিত।
(d) অসৎ, সংকুচিত।

উত্তৰঃ (d) অসৎ, সংকুচিত।

4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে ব্যৱহাৰ কৰা হয়-
(a) উত্তল দাপোণ।
(b) অৱতল দাপোণ।
(c) সমতল দাপোণ।
(d) ইয়াৰ নহয়।

উত্তৰঃ (a) উত্তল দাপোণ।

5. সমতল দাপোণত উৎপন্ন প্রতিবিম্ব-
(a) সৎ, অলোটা, সংকুচিত।
(b) অসৎ, থিয় বিবর্ধিত।
(c) অসৎ থিয় সমান।
(d) অসৎ, থিয় সংকুচিত।

উত্তৰঃ (c) অসৎ থিয় সমান।

6. তলৰ কোনখন দাপোণৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহুল-
(a) সমতল।
(b) উত্তল।
(c) অৱতল।
(d) এটাও নহয়।

উত্তৰঃ (b) উত্তল।

7. এখন অৱতল দাপোণে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটো থ'ব লাগিব
(a) মেৰু আৰু মুখ্য ফ'কাছৰ মাজত।
(b) মুখ্য ফ'কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।
(c) ভাঁজকেন্দ্রত।
(d) ভাঁজকেন্দ্ৰৰ বাহিৰত।

উত্তৰঃ (c) ভাঁজকেন্দ্রত।

৪. তলৰ কোনটো লক্ষ্যৰন্তৰ অৱস্থানৰ বাবে অতল দাপোণ এখনে সৎ গুলোটা প্রতিবিম্ব গঠন নকৰে –
(a) অসীমত।
(b) মুখ্য ফ'কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।
(c) ভাঁজকেন্দ্ৰৰ বাহিৰত।
(d) ফ'কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

উত্তৰঃ (d) ফ'কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

9. অসীমত থকা কোনো লক্ষ্যবস্তুৰ বাবে গোলাকাৰ দাপোণ এখনে প্রতিবিম্ব গঠন কৰে –
(a) ভাঁজকেন্দ্রত।
(b) মুখ ফ'কাছত।
(c) মুখ্য ফ'কাছ আৰু ভীজকেন্দ্ৰৰ মাজত।
(d) মুখ্য ফ'কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

উত্তৰঃ (b) মুখ ফ'কাছত।

10. অসীম আৰু দাপোণৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোণ এখনে প্রতিবিম্ব গঠন কৰে –
(a) মুখ্য ফ'কাছত।
(b) মুখ্য ফ 'কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।
(c) ভাঁজকেন্দ্রত।
(d) মুখ্য ফ'কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

উত্তৰঃ (d) মুখ্য ফ'কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

11. অৱতল দাপোণ এখনৰ মুখ্য ফ'কাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ অৱস্থান –
(a) ভাঁজকেন্দ্রত।
(b) ভাঁজকেন্দ্ৰৰ বাহিৰত।
(c) অসীমত।
(d) মুখ্য ফ'কাছত।

উত্তৰঃ (c) অসীমত।

12. অৱতল দাপোণ এখনৰ ভাঁজকেন্দ্ৰত ৰখা লক্ষ্যবস্তু বাবে উৎপন্ন প্রতিবিম্বৰ স্থান –
(a) ভাঁজকেন্দ্র।
(b) অসীম।
(c) মুখ্য ফ'কাছ।
(d) ভাঁজকেন্দ্ৰৰ বাহিৰত।

উত্তৰঃ (a) ভাঁজকেন্দ্র।

13. এখন গোলাকাৰ দাপোণে আটাইতকৈ সংকুচিত প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব –
(a) মুখ্য ফ'কাছত।
(b) অসীমত।
(c) ভাঁজকেন্দ্ৰৰ বাহিৰত।
(d) মুখ্য ফ'কাছ আৰু মেৰুৰ মাজত।

উত্তৰঃ (b) অসীমত।

14. এখন অৱতল দাপোণত আটাইতকৈ বিবর্ধিত প্রতিবিম্ব পাবলৈ লক্ষ্যবস্তু ৰাখিব লাগিব –
(a) অসীমত।
(b) ভাজকেন্দ্রত।
(c) ভাঁজকেন্দ্ৰ আৰু মুখ্য ফ'কাছৰ মাজত।
(d) মুখ্য ফ'কাছত।

উত্তৰঃ (d) মুখ্য ফ'কাছত।

15. উত্তল লেন্‌ত উৎপন্ন প্রতিবিম্ব –
(a) সদায় সৎ।
(b) সদায় অসৎ।
(c) সৎ আৰু অসৎ দুয়োটাই হ'ব পাৰে।
(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ'ব পাৰে।

16. অৱতল লেন্‌ত উৎপন্ন প্রতিবিম্ব –
(a) সৎ, সংকুচিত।
(b) অসৎ, সংকুচিত।
(c) অসৎ, সমান।
(d) অসৎ, বিবর্ধিত।

উত্তৰঃ (b) অসৎ, সংকুচিত।

17. উত্তল লেন্থ এখন ব্যৱহাৰ কৰি লক্ষ্যবস্তুৰ এটা অসৎ, থিয় আৰু বিবর্ধিত প্রতিবিম্ব পাৰলৈ চেষ্টা কৰা হ'ল। লক্ষ্যবস্তুটো থ'ব লাগিব –
(a) অসীমত।
(b) মুখ্য ফ'কাছ F₁ ত।
(c) 2F দূৰত্বত।
(d) মুখ্য ফ'কাছ F₁ আৰু আলোককেন্দ্ৰ ০ ৰ 'মাজত।

উত্তৰঃ (d) মুখ্য ফ'কাছ F₁ আৰু আলোককেন্দ্ৰ ০ ৰ 'মাজত।

18. এখন উত্তল লেন্থে সৎ, ওলোটা আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰিলে, লক্ষ্যবস্তুৰ অৱস্থান হ'ব-
(a) মুখ্য ফ'কাছ F₁ ত।
(b) F₁ আৰু 2F₁ ৰ মাজত।
(c) 2F₁ তা
(d) 2FF₁ ৰ বাহিৰত।

উত্তৰঃ (b) F₁ আৰু 2F₁ ৰ মাজত।

19. এখন উত্তল লেন্‌ছে উৎপন্ন কৰা এটা সৎপ্রতিবিম্বৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য-
(a) ই থিয়।
(b) ই লেন্‌ৰ লক্ষ্যবস্তু থকা ফালে আছে।
(c) লক্ষ্যবস্তুতকৈ সৰু।
(d) ই ওলোটা।

উত্তৰঃ (d) ই ওলোটা।

20. এখন উত্তল লেন্থে সৎ, ওলোটা আৰু সংকুচিত প্রতিবিম্ব গঠন কৰিলে, লক্ষ্যবস্তুৰ অৱস্থান হ'ব –
(a) 2F₁ ৰ বাহিৰত।
(b) 2F₁ তা
(c) F₁ত।
(d) অসীমত।

উত্তৰঃ (a) 2F₁ ৰ বাহিৰত।

21. এটা লক্ষ্যবস্তু উত্তল লেন্‌ছ এখনৰ মূখ্য ফ'কাছ F₁ ৰখা হ'ল। প্ৰতিবিম্বটো হ'ব –
(a) সৎ, সংকুচিত।
(b) অসৎ, বিবর্ধিত।
(c) সৎ, অতিকৈ বিবর্ধিত।
(d) সৎ সমান আকাৰৰ।

উত্তৰঃ (c) সৎ, অতিকৈ বিবর্ধিত।

22. উত্তল লেন্থ এখনৰ মুখ্য ফ'কাছ F₁ আৰু আকোলকেন্দ্ৰ । ৰ মাজত লক্ষ্যবস্তু এটা ৰখা হৈছে। উৎপন্ন প্রতিবিম্বটো হ'ব-
(a) সং সংকুচিত।
(b) অসৎ, সংকুচিত।
(c) সৎ, বিবর্ধিত।
(d) অসৎ, বিবর্ধিত।

উত্তৰঃ (d) অসৎ, বিবর্ধিত।

23. অসীম আৰু আলোককেন্দ্ৰ ০ ৰ মাজত লক্ষ্যবস্তু এটা ৰাখিলে অৱতল লেন্‌ছ এখনে উৎপন্ন কৰা প্রতিবিম্বৰ অৱস্থান হ'ব-
(a) মুখ্য ফ'কাছ F₁ত।
(b) অসীমত।
(c) মুখ্য ফ'কাছ F₁ আৰু আলোককেন্দ্র ০ মাজত।
(d) 2F₁ তা

উত্তৰঃ (c) মুখ্য ফ'কাছ F₁ আৰু আলোককেন্দ্র ০ মাজত।

24. উত্তল লেন্থ এখনৰ 2F₁ ত লক্ষ্যবস্তু এটা ৰাখিলে এটা সৎ, সমান আকাৰৰ প্ৰতিবিম্ব পোৱা যাব –
(a) 2F₁ তা
(b) 2F₂ তা
(c) F₂ত।
(d) 2F₂ ৰ বাহিৰত।

উত্তৰঃ (b) 2F₂ ত।

25. 10 ছে. মি. ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ এখনৰ পৰা 20 ছে. মি. দূৰত লক্ষ্যবস্তু এটা ৰাখিলে, প্রতিবিম্বটো হ'ব-
(a) সৎ, বিবর্ধিত।
(b) সৎ, সংকুচিত।
(c) অসৎ, বিবর্ধিত।
(d) সৎ, সমান আকাৰৰ।

উত্তৰঃ (d) সৎ, সমান আকাৰৰ।

26. লেন্‌দ্ৰৰ ক্ষমতাৰ একক হ'ল –
(a) cm
(b) cm-¹
(c) ডায়'প্টাৰ।
(d) m

উত্তৰঃ (c) ডায়'প্টাৰ।

27. 50 ছে. মি. ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌দ্ৰৰ ক্ষমতা-
(a) 2D
(b) 0.5D
(c) 5D
(d) 25D

উত্তৰঃ (a) 2D

28. -1.5D ক্ষমতাৰ লেন্‌দ্ৰৰ ফ'কাছ দৈর্ঘ্য হ'ব-
(a) -15cm
(b) -66.6cm
(c) 1.5cm
(d) 1cm

উত্তৰঃ (b) -66.6cm

29. 15 ছে. মি. ফ'কাছ দৈৰ্ঘ্যৰ গোলাকাৰ দাপোণ এখনৰ ভাঁজব্যাসার্দ্ধ হ'ব-
(a) 1.5 cm
(b) 7.5cm
(c) 30cm
(d) 15cm

উত্তৰঃ (c) 30cm

30. এখন 15 ছে. মি. ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণৰ মেৰুৰ পৰা 12 ছে. মি. আঁতৰত লক্ষ্যবস্তু এটা ৰখা হ'ল। প্রতিবিম্বটো হ'ব-
(a) সৎ, বিবর্ধিত।
(b) অসৎ, বিবর্ধিত।
(c) সৎ, সমান আকাৰৰ।
(d) সৎ, সংকুচিত।

উত্তৰঃ (b) অসৎ, বিবর্ধিত।

31. তলৰ কোনখন দাপোণে এটা থিয় বিবর্ধিত প্রতিবিম্ব দিব?
(a) সমতল।
(b) উত্তল।
(c) অৱতল।
(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (c) অৱতল।

32. পোহৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পানীত পোহৰ ৰশ্মিডাল-
(a) একেটা দিশত গতি কৰি থাকিব।
(b) অভিলম্বৰ দিশত বেঁকা হ'ব।
(c) অভিলম্বৰ পৰা আঁতৰলৈ বেঁকা হ'ব।
(d) অভিলম্বৰ ওপৰেৰে গতি কৰিব।

উত্তৰঃ (b) অভিলম্বৰ দিশত বেঁকা হ'ব।

33. চাৰিটা মাধ্যম A, B, C আৰু D ৰ প্ৰতিসৰণাংক ক্ৰমে 1.47, 1.52, 1.44 আৰু 1.33। ইহঁতৰ ভিতৰত কোনটোত পোহৰে আটাইতকৈ বেছি দ্রুতিৰে গতি কৰিব।
(a) B
(b) C
(c) D
(d) A

উত্তৰঃ (c) D

34. তলৰ কোনটোৱে প্ৰতিফলনৰ নিয়মবোৰ মানি চলে?
(a) সমতল দাপোণ।
(b) অৱতল দাপোণ আৰু উত্তল দাপোণ।
(c) সকলো ধৰণৰ দাপোণ।
(d) সকলো প্রতিফলনকাৰী পৃষ্ঠ।

উত্তৰঃ (d) সকলো প্ৰতিফলনকাৰী পৃষ্ঠ।

35. তলৰ কোনটোৱে প্ৰতিসৰণৰ নিয়মবোৰ মানি চলে?
(a) উত্তল লেন্‌ছ।
(b) অৱতল লেন্‌ছ।
(c) সকলো ধৰণৰ লেন্‌ছ।
(d) সকলো প্ৰকাৰৰ প্ৰসিকৰণকাৰী পৃষ্ঠ।

উত্তৰঃ (d) সকলো প্ৰকাৰৰ প্ৰসিকৰণকাৰী পৃষ্ঠ।

36. আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে হোৱা পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত-
(i) নিৰ্গত ৰশ্মি আপাতিত ৰশ্মিৰ দিশৰ লগত সমান্তৰাল হয়।
(ii) নির্গত কোণ আপতন কোণৰ সমান।
(iii) নিৰ্গত ৰশ্মিডাল পার্শ্বীয়ভাৱে (কাষলৈ) স্থানান্তৰিত হয়।
(iv) আপতন কোণ নিৰ্গত কোণতকৈ ডাঙৰ।
শুদ্ধ বিকল্পটো হ'ল –
(a) (i), (ii)
(b) (i), (iii), (iv)
(c) (i), (ii), (iii)
(d) (i), (iv)

উত্তৰঃ (c) (i), (ii), (iii)

No comments:

Post a Comment