js

Thursday, July 25, 2024

SEBA Class 9 Chapter 3: Exercise 3.2

অনুশীলনী 3.2

তলৰ প্রতিটো প্ৰশ্নৰ উত্তৰ দিয়া—

(i) কাটীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাবে অংকন কৰা ৰেখা দুডালৰ নাম কি?

উত্তৰ: কাৰ্টেচিয়ান সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাবে অংকন কৰা ৰেখা দুডালৰ নাম ক্ৰমান্বয়ে X-অক্ষ আৰু Y-অক্ষ।

(ii) এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্রতিটো অংশৰ নাম কি?

উত্তৰ: এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্রতিটো অংশৰ নাম চোক বুলি কোৱা হয়।

(iii) এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম লিখা।

উত্তৰ: এই দুডাল ৰেখাই ছেদ কৰা বিন্দুটোক মূল বুলি কোৱা হয়।

2, চিত্ৰ 3.14 চোৱা আৰু তলত দিয়া কেইটা লিখা–

 

class 9 maths 3.2

(i) B বিন্দুৰ স্থানাংক

⇒ (-5,2)

(ii) C বিন্দুৰ স্থানাংক

⇒ (5, -5)

(iii) (-3.-5) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো

⇒ (-3.-5) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো (E)

(iv) (2,-4) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো
⇒ G বিন্দু

(v) D বিন্দুটো ভুজ

⇒ 6 (X-স্থানাংকক ভুজ বোলে)

(vi) H বিন্দুটো কোটি

-3 (Y-স্থানাংকক কোটি বোলে)

(vii) L বিন্দুটো স্থানাংক

⇒ (0,5)

(viii) M বিন্দুটো স্থানাংক

⇒ (-3,0)


No comments:

Post a Comment

General Knowledge

1. A and B are brothers. C and D are sisters. A's son is D's brother. How is B related to C ? A. Father B. Brother C. Uncle D. Gr...