Invitation

js

Saturday, July 19, 2025

ব্যাস বাক্যৰ সৈতে সমাসৰ নাম লিখা।

 ব্যাস বাক্যৰ সৈতে সমাসৰ নাম লিখা।

 

(নং) শব্দ অৰ্থ সমাসৰ প্ৰকাৰ
(১)ৰামৰাৱণৰাম আৰু ৰাৱণদ্বন্দ্ব সমাস
(২)পাঁচৰজীয়াপাঁছ ৰজাৰ সমাহাৰতদ্বিগু সমাস
(৩)হাতদীঘলদীঘল হাত যাৰ সিবহুব্রীহি সমাস
(৪)জলচৰজলত চৰে যিবহুব্রীহি সমাস
(৫)নৱৰত্নন ৰত্নৰ সমাহাৰদ্বিগু সমাস
(৬)শূৰ্পণখাশূৰ্পৰ নিচিনা নখ যাৰবহুব্রীহি সমাস
(৭)চন্দ্ৰমুখচন্দ্ৰৰ তুল্য মুখকৰ্মধাৰয় সমাস
(৮)গৃহস্থগৃহত থাকে যিতৎপুৰুষ সমাস
(৯)ৰাধাকৃষ্ণৰাধা আৰু কৃষ্ণদ্বন্দ্ব সমাস
(১০)ত্রিফলাতিনি ফলৰ সমাহাৰদ্বিগু সমাস
(১১)শূলপাণিশূল আছে পাণিত যাৰবহুব্রীহি সমাস
(১২)মহাপুৰুষমহান বা মহৎ পুৰুষ যিবহুব্রীহি সমাস
(১৩)দোমাহীদুই মাহৰ মাজৰ দিনদ্বিগু সমাস
(১৪)সত্যাগ্রহসত্যত আগ্রহসপ্তমী তৎপুৰুষ সমাস
(১৫)দেশান্তৰঅন্য দেশনিত্য অব্যয়ীভাৱ সমাস
(১৬)মহাপুৰুষমহান পুৰুষ যিবহুব্রীহি সমাস
(১৭)উপবনবনৰ সমীপঅব্যয়ীভাৱ সমাস
(১৮)চক্রপাণিচক্র আছে পাণিত যাৰ তেওঁবহুব্রীহি সমাস
(১৯)উৰাজাহাজউৰা যি জাহাজ সিকৰ্মধাৰয় সমাস
(২০)মাটিকঁঠালকঁঠালৰ দৰে ফল মাটিত হয় বাবেইবহুব্রীহি সমাস
(২১)মৌচাকমৌৰ চাকষষ্ঠী তৎপুৰুষ সমাস
(২২)বৃকোদৰবৃক নামে অগ্নি আছে উদৰত যাৰ তেওঁবহুব্রীহি সমাস
(২৩)হৰিহৰহৰি আৰু হৰদ্বন্দ্ব সমাস
(২৪)পীতাম্বৰপীতবৰণীয়া অম্বৰ যাৰবহুব্রীহি সমাস
(২৫)পৰোক্ষঅক্ষৰ পাছতঅব্যয়ীভাৱ সমাস
(২৬)কুকুৰনেটীয়াকুকুৰৰ নেজৰ দৰে নেজ যাৰবহুব্রীহি সমাস
(২৭)তেলপানীতেল আৰু পানীদ্বন্দ্ব সমাস
(২৮)কাপুৰুষকু যি পুৰুষকৰ্মধাৰয় সমাস
(২৯)আমৰণমৰণ পর্যন্তঅব্যয়ীভাৱ সমাস
(৩০)পুণ্যভূমিপূণ্য যি ভূমিকৰ্মধাৰয় সমাস
(৩১)আমৰণমৰণ পর্যন্তঅব্যয়ীভাৱ সমাস
(৩২)অহিংসাহিংসাৰ অভাৱঅব্যয়ীভাৱ সমাস
(৩৩)অস্ত্র-শস্ত্রঅস্ত্ৰ আৰু শস্ত্রদ্বন্দ্ব সমাস
(৩৪)সাতপুৰুষসাত পুৰুষৰ যিকৰ্মধাৰয় সমাস
(৩৫)বনবাসবনত বাসতৎপুৰুষ সমাস
(৩৬)দেশপ্রাণদেশলৈ প্ৰাণতৎপুৰুষ সমাস
(৩৭)মাতৃভক্তিমাতৃলৈ ভক্তিতৎপুৰুষ সমাস

No comments:

Post a Comment

Comming Soon

Signal acquired · launching soon Something new is on its way W...