(১) সুগ্রীব = ৰামায়ণ অনুসৰি বানৰ ৰজা বালীৰ ভায়েক গছ
(২) খসি = খহি
(৩) চাণ্ড = জোৰকৈ
(৪) ছায়া = চাই
(৫) ডৰে = ভয়তে
(৬) কাশ্যপ নন্দন = সূর্যদেৱতা
(৭) অমাতৰ মাত = আধাফুটা মাত
(৮) তমাল = ডাঠ ক'লা বাকলিৰে এবিধ
(৯) অৱহেলা = আওহেলা, অনাদৰ
(১০) প্রবন্ধে = প্রচেষ্টাৰে
(১১) অজুকা = বেশ্যা
(১২) অন্যতম = বহুতৰ ভিতৰত বিশেষ এজন বা এটা
(১৩) অমূল্য = যাৰ মূল্যৰ সীমা নাই
(১৪) অবিৰাম = বিৰামহীন
(১৫) অসহনীয় = অসহ্য
(১৬) ত্ৰিকুট = ৰামায়ণ কাব্য অনুসৰি লৱণ সমুদ্ৰৰ মাজত থকা পর্বত চন্দ্র
(১৭) অলেখ = অসংখ্য
(১৮) দাশৰথী ৰাম = দশৰথৰ পুত্ৰ শ্ৰীৰাম
(১৯) দিবা ভাগে = দিনৰ ভাগতে
(২০) প্ৰাঞ্চিৰ = প্ৰাচীৰৰ
(২১) অনিষ্ট = অপকাৰ
(২২) যোজন = আঠ মাইল দৈৰ্ঘ্যৰ
(২৩) অব্যাহত = বাধাহীন
(২৪) অঞ্চল = কোনো এক ভৌগোলিক পৰিসীমাৰ বিশেষ খণ্ড
(২৫) অনুষ্ঠান = অধিৱেশন
(২৬) অভিমুখে = কোনদিশে
(২৭) অস্ত = মাৰ যোৱা
(২৮) অক্ষিপট = চকুৰ মণিৰ ভিতৰৰ ফালে থকা মিহি ছাল
(২৯) অখাদ্য = খোৱাৰ
(৩০) অনায়াসে = অলপ চেষ্টাতে
(৩১) অনুসৰি = সেইমতে
(৩২) তম্ভিয়োক = ৰওক
(৩৩) তহিতে = তাত
(৩৪) অংকন = আঁকা কার্য
(৩৫) অঞ্জলি = আঁজলি
(৩৬) শ্ৰোণী ভৰে = নিতম্ব
(৩৭) ক্ষৌম বস্ত্র = পাটৰ কাপোৰ
(৩৮) অচিন্ত্য প্ৰভাৱ = চিন্তা কৰিব নোৱৰা প্ৰভাৱযুক্ত
(৩৯) অনুক্রম = যথাক্রম
(৪০) পেষওঁ = প্ৰৱেশ কৰোঁ
(৪১) অগণিত = গণনা কৰিব নোৱাৰা
(৪২) অঁকৰা = বোধশক্তিহীন
(৪৩) অগস্ত্য = এজন ঋষিৰ নাম
(৪৪) মহাত্রাস = খুব বেছি ভয় পোৱা
(৪৫) শিকিয়া = কোনো বস্তু ওপৰত আঁৰি থ'বৰ বাবে ৰচিৰে প্ৰস্তুত কৰা এবিধ সঁজুলি
(৪৬) আগ-ভেটা = বাধা প্রদান
(৪৭) অকাৰ্যকৰী = কাৰ্যকৰী নোহোৱা
(৪৮) অকস্মাৎ = হঠাৎ
(৪৯) অকণমান = অলপ
(৫০) অংগীকাৰ = প্ৰতিজ্ঞা
(৫১) চটক = ঘনচিৰিকা
(৫২) ছাতিয়াল = ছতিয়না গছ
(৫৩) অণুবীক্ষণ = খালী চকুৰে দেখা নোপোৱা বস্তু এটা দেখা পোৱা যন্ত্র
(৫৪) অগ্নিবাণ = পৌৰাণিক যুদ্ধাস্ত্ৰ-বিশেষ
(৫৫) অংগীভূত = অংগৰূপে অন্তর্ভুক্তি ঘটা
(৫৬) অৱদমিত = দমাই বা হেঁচি ৰখা
(৫৭) সলঙ্গা = সোলেং
(৫৮) অতলস্পশ = বৰ দ
(৫৯) বদন = মুখ
(৬০) বসি = বহি
(৬১) অভিলাষ = হেঁপাহ
(৬২) আউৰ = আৰু
(৬৩) আখি = চকু
(৬৪) ভুঞ্ছন্ত = খালে
(৬৫) মথনি = গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি
(৬৬) অকালপক্ক = অকালতে পকা
(৬৭) বদৰ = বগৰী গছ
(৬৮) অৱচেতন = চেতন আৰু অচেতনৰ মধ্যৱৰ্তী অৱস্থা
(৬৯) নন্দজায়া = নন্দৰজাৰ পত্নী
(৭০) নিষেধি = বাধা দি
(৭১) পশিলন্ত = সোমালহি
(৭২) প্রয়াসি = যত্ন কৰি
(৭৩) অনুপ্ৰেৰণা = উৎসাহ
(৭৪) অশ্বত্থ = পবিত্ৰ বৰগছ
(৭৫) অৱলম্বন = গইনা
(৭৬) দৃষ্টি বলাই চান্ত = দৃষ্টি প্ৰসাৰিত কৰি চালে
(৭৭) দেখন্ত = দেখিলে
(৭৮) অন্বয় = সম্বন্ধ
(৭৯) অৱজ্ঞা = গুৰুত্বহীন
(৮০) নাৰঙ্গ = কমলা টেঙাৰ গছ
(৮১) অৱমাননা = যথাযোগ্য মান নকৰা অৱস্থা
(৮২) আৱাঞ্ছিত = অনিচ্ছাকৃত
(৮৩) পৱন-নন্দন = বায়ু দেৱতাৰ পুত্ৰ হনুমান
(৮৪) অৱক্ষয় = ক্রমান্বয়ে হোৱা স্থলন
(৮৫) অৱদান = মহৎ কার্য
(৮৬) গগনে = আকাশলৈ
(৮৭) গহ = গর্ব
(৮৮) গুনন্ত = ভাবিলে
(৮৯) অভিভূত = তলত হেৰোৱা
(৯০) দশন = দাত
(৯১) দিব্য = স্বর্গীয়
(৯২) দোলে = দুলি থাকে
(৯৩) অম্ৰাৱতী = বিশ্বকর্মা নির্মিত দেৱপুৰী
(৯৪) অজন = চেষ্টা কৰি পোৱা
(৯৫) বিৰাল = মেকুৰী
(৯৬) অভিধানিক = অভিধান সম্বন্ধীয়
(৯৭) কপিথ = ঔ টেঙা
(৯৮) আজোড়ন্ত = আজুৰি থাকোঁতে
(৯৯) কঙ্কণ = খাৰু
(১০০) অৱয়ব = সাকাৰ ৰূপ
(১০১) গুৱা = তামোল
(১০২) পদ্মিনী দিঘী = পদুম ফুলৰ পুখুৰী
(১০৩) অমনোযোগিতা = মনোযোগ নোহোৱা অৱস্থা
(১০৪) অৱাঞ্ছনীয় = যিটো বাঞ্ছা কৰা অনুচিত
(১০৫) হাৰিঠা = মনিছাল গছ
(১০৬) অৱদান = মহৎ কাম
(১০৭) পিয়াল = আঙুৰ গছ
(১০৮) অৱগুণ্ঠন = ওৰনি
(১০৯) অব্দ = বছৰ
(১১০) কোপে = খঙত
(১১১) বীজপুৰ = নেমুৰ দৰে এবিধ টেঙাৰ
js
Saturday, July 19, 2025
আধুনিক অসমীয়া শব্দাৰ্থ
Subscribe to:
Post Comments (Atom)
Class 10 Maths Exercise 1.4 Assamese Medium
Class 10 Maths Exercise 1.4 Assamese Medium ১) দীৰ্ঘ হৰণ নকৰাককৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত (সাবধি)...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
অধ্যায়-১২ বিদ্যুৎ নির্বাচিত প্রশ্নোত্তৰ প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়? উত্তৰঃ এমিট...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop...
No comments:
Post a Comment