Invitation

js

Saturday, July 19, 2025

ভুল-শুদ্ধ

 ভুল-শুদ্ধ

 

ভুল শুদ্ধ
জপিয়াইজঁপিয়াই
চুলিতাৰিচুলিটাৰি
অভাবঅভাৱ
নাওঁনাও
গাওঁখনগাঁওখন
অমাবস্যাঅমাৱস্যা
নাপাওনাপাওঁ
কাইটীয়াকাঁইটীয়া
হ'লেওঁহ'লেও
আকোৰগোজআঁকোৰগোঁজ
গাওঁ অভিমুখীগাঁও অভিমুখী
পাটিত কটাও ৰাতিপাটীত কটাওঁ ৰাতি
আঙুঠিআঙঠি
গাওগাঁও
আতৰিআঁতৰি
হওহওঁ
পাঁচলিপাচলি
আবেগআৱেগ
ফিটাফিতা
গাখীৰতিগাখীৰতী
উজায় অহাউজাই অহা
হওতেহওঁতে
বটা চৰাইবতা চৰাই
কবচকৱচ
গড় (জন্তু)গঁড় (জন্তু)
হলেওহ'লেও
উদৰ পুৰাইউদৰ পূৰাই
বাওঁফালেবাঁওফালে
গহণা - গাঁথৰিগহনা-গাঁঠৰি
কথাবোৰোতো যেকথাবোৰতো যে
বেচি পৰবেছি পৰ
হৰ্ণহর্ন
কাণি-মুনিকাণিমুনি
গধূৰগধুৰ
কাহিলী পুৱাকাহিলিপুৱা
বেজিবেজী
কিবা-কিবিকিবাকিবি
খেলি-মেলিখেলিমেলি
ভৰষাভৰসা
কুকুৰী-কণাকুকুৰীকণা
কুণ্ডলীকুণ্ডলি
ভাজে ভাজেভাঁজে ভাঁজে
খিয়ালী মনখেয়ালী মন
কূঁজাকুঁজা
ভাতসাজভাতসাঁজ
কৈ পেলাওকৈ পেলাওঁ
ভাৱনাভাবনা
কৌতুহলকৌতূহল
খৰছখৰচ
মইওময়ো
খিৰীকিখিৰিকী
মনিব নোৱাৰামনিব নোৱৰা
গাওঁৰগাঁৱৰ
মৰিশালীমৰিশালি
গাত খান্দিগাঁত খান্দি
মৰুদ্যানমৰূদ্যান
গা ধুৱলৈগা ধুবলৈ
গোৱৰ-পানীগোবৰ-পানী
মাথোমাথোঁ
গ্লাচগ্লাছ
মা-ৰ শেতেলীমাৰ শেতেলী
ঘঁহোতেঘহোঁতে
ঘৃণঘুণ
মেঘ ডোখৰমেঘডোখৰ
চল-চাতুৰিছল-চাতুৰি
চাকিগচিচাকিগছি
যথে-মধেজধে-মধে
চিঙি গৈছেছিঙি গৈছে
চিঙি আনিব পৰাছিঙি আনিব পৰা
চিটিকিছিটিকি
ৰূমালৰুমাল
চেতাৰ বজাওচেতাৰ বজাওঁ
লওঁকলওক
নথলেনথ'লে
জুইশলাৰ কাঠিজুইশলাৰ কাঠী
সাজসাঁজ
টিপ-চাকিটিপচাকি
সোমাওসোমাওঁ
থাকোতেথাকোঁতে
দ'ল-হৰিণাদলহৰিণা
দুসাজ (আহাৰ)দুসাঁজ (আহাৰ)
দুবৰিদূৱৰি
দেও দিয়াডেও দিয়া
অকণমাণিঅকণমানি
অকৰাঅঁকৰা
ধৰোতেইধৰোতেঁই
নজনা নুবুজানজনা-নুবুজা

No comments:

Post a Comment

Comming Soon

Signal acquired · launching soon Something new is on its way W...