js

Saturday, July 19, 2025

অসমীয়া ব্যাকৰণ - প্রত্যয় ভাঙা

প্রত্যয় ভাঙা। 

বনৰীয়া = বন + অৰীয়া
বিচনী = বিচ + অনি
মগনীয়া = মাগ + অনীয়া
বাপতি = বাপ + অতি
শাৰীৰিক = শৰীৰ + ইক
ভাৰতীয় = ভাৰত + ঈ + অ
ফুলাম = ফুল + আম
বুধিয়ক = বুধি + অক
নামনি = নাম + অনি
মজলীয়া = মাজ + অলীয়া
বুদ্ধিয়ক = বুদ্ধি + অক
অসমীয়া = অসম + ঈয়া
খেতিয়ক = খেতি + অক
খেলুৱৈ = খেল + উৱৈ
ভাৱৰীয়া = ভাও + অৰীয়া
শাৰীৰিক = শৰীৰ + ইক
নাৱৰীয়া = নাও + অৰীয়া
দেখনিয়াৰ = দেখ + অনিয়াৰ
মৰমিয়াল = মৰম + ইয়াল
ফুলনি = ফুল + অনি
মিছলীয়া = মিছ + অলীয়া
লিখক = লিখ + অক
লেখাৰু = লেখ + আৰু
বননি = বন + অনি
হাতী = হাত + ঈ
বাটৰুৱা = বাট + অৰুৱা
পলৰীয়া = পল + অৰীয়া
ধাননি = ধান + অনি
বাটৰুৱা = বাট + অৰুৱা
গাঁৱলীয়া = গাঁও + অলীয়া
ভোগালী = ভোগ + আলী
লাহতী = লাহ + অতী
নাচনী = নাচ + অনী
কান্দুৰী = কান্দ + উৰী
বিৱৰণী = বিৱৰণ + ঈ
মাহেকীয়া = মাহ + এক + ইয়া
বিদেশী = বিদেশ + ঈ

No comments:

Post a Comment

AHSEC| CLASS 12| GEOGRAPHY| SOLVED PAPER - 2017| H.S. 2ND YEAR

  AHSEC| CLASS 12| GEOGRAPHY| SOLVED PAPER - 2017| H.S. 2ND YEAR 2017 GEOGRAPHY Full Marks: 70 Pass Marks: 21 Time: 3 hours The figures in ...