Social science পৃথিৱীৰ ভূগোল Class 10 MCQ and VSA questions answers for HSLC SEBA. In Assamese
(পৃথিৱীৰ ভূগোল)
(১) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায়-----------শতাংশ উত্তৰ গোলাৰ্ধত বাস কৰে?
(i) ৫০ শতাংশ
(ii) ৩০ শতাংশ
(iii) ৯০ শতাংশ
(iv) ৭৫ শতাংশ
উত্তৰঃ ৯০ শতাংশ
(২) কোনখন সাগৰে এছিয়া মহাদেশক আফ্রিকা মহাদেশৰ পৰা পৃথক কৰিছে?
(i) ভূমধ্য সাগৰ
(ii) লোহিত সাগৰ
(iii) এড্রিয়াটিক সাগৰ
(iv) কম্পিয়ান সাগৰ
উত্তৰঃ লোহিত সাগৰ
(৩) পৃথিৱীৰ মুঠ মাটিকালি -
(i) প্রায় ১৪৯ নিযুত বর্গ কি:মি:
(ii) প্রায় ৫১০ নিযুত বর্গ কি:মি:
(iii) ওপৰৰ এটাও নহয়
(iv) প্রায় ৩৬১ নিযুত বর্গ কি:মি:
উত্তৰ ৮৮ প্রায় ৫১০ নিযুত বর্গ কি:মি:
(৪) পৃথিৱীৰ বৃহত্তম মহাসাগৰ খন হ'ল -
(i) আটলান্টিক মহাসাগৰ
(ii) ভাৰত মহাসাগৰ
(iii) উত্তৰ মহাসাগৰ
(iv) প্রশান্ত মহাসাগৰ
উত্তৰঃ প্রশান্ত মহাসাগৰ
(৫) পৃথিৱীৰ দীৰ্ঘতম পর্বত শ্ৰেণীটো হ'ল -
(i) ৰকি পৰ্বতমালা
(ii) হিমালয় পর্বতমালা
(iii) এণ্ডিজ পর্বতমালা
(iv) ইয়োেৰাল পৰ্বতমালা
উত্তৰঃ এণ্ডিজ পর্বতমালা
(৬) প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান ?
(i) ৩৫০০ মিটাৰ
(ii) ৫০০০ মিটাৰ
(iii) ৩৫০০ মিটাৰ
(iv) ৪০০০ মিটাৰ
উত্তৰঃ ৫০০০ মিটাৰ
(৭) পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ কোনখন?
(i) ইউৰোপ মহাদেশ
(ii) ওচেনিয়া মহাদেশ
(iii) এছিয়া মহাদেশ
(iv) আফ্রিকা মহাদেশ
উত্তৰঃ এছিয়া মহাদেশ
(৮) প্রাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে -
(i) ৰকি পৰ্বতমালা আৰু লেনা নদীয়ে
(ii) ইয়োেৰাল পৰ্বতমালা আৰু ইয়োেৰাল নদীয়ে
(iii) কাৰাকোৰাম পৰ্বতমালা আৰু কৃষ্ণ সাগৰে
(iv) হিমালয় পর্বতমালা আৰু আমুৰ নদীয়ে
উত্তৰ ইয়োৰাল পৰ্বতমালা আৰু ইয়োৰাল নদীয়ে
(৯) পৃথিৱীৰ ক্ষুদ্রতম দেশখন হ'ল -
(i) শ্রীলংকা
(ii) ভেটিকান চিটি
(iii) কেনিয়া
(iv) ৰাছিয়া
উত্তৰঃ ভেটিকান চিটি
(১০) সর্ববৃহৎ মহাদেশ এছিয়া মহাদেশত কিমানখন দেশ আছে?
(i) ৫৩ খন
(ii) ১৪ খন
(iii) ৫১ খন
(iv) ৪৪ খন
উত্তৰঃ ৫১ খন
(১১) কোনখন মালভূমি' পৃথিৱীৰ মুধচ' হিচাপে জনাজাত?
(i) পামিৰ মালভূমি
(ii) আৰব মালভূমি
(iii) এলটলীয়া মালভূমি
(iv) ইৰাণ মালভূমি
উত্তৰঃ পামিৰ মালভূমি
(১২) এছিয়া মহাদেশৰ মাটিকালি হ'ল -
(i) ৬৪.৪ নিযুত বর্গ কি:মি:
(ii) ৪০.৬ নিযুত বর্গ কি:মি:
(iii) ৪৪.৬ নিযুত বর্গ কি:মি:
(iv) ৪৬.৪ নিযুত বর্গ কি:মি:
উত্তৰঃ ৪৪.৬ নিযুত বর্গ কি:মি:
(১৩) পৃথিৱীৰ গভীৰতম সামুদ্রিক খাত মেৰিয়ানা বা চেলেঞ্জাৰ খাত --- মিটাৰ গভীৰ?
(i) ২১০১১
(ii) ১১০০০
(iii) ১১০১২
(iv) ১১০২২
উত্তৰঃ ১১০২২
(১৪) আফ্রিকা মহাদেশৰ বৃহত্তম দেশখন হ'ল -
(i) চোমালিয়া
(ii) আলজেৰিয়া
(iii) দক্ষিণ আফ্রিকা
(iv) কেনিয়া
উত্তৰঃ আলজেৰিয়া
(১৫) পৃথিৱীৰ বৃহত্তম ছাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত?
(i) উত্তৰ আমেৰিকা
(ii) এছিয়া
(iii) দক্ষিণ আমেৰিকা
(iv) আফ্রিকা
উত্তৰঃ আফ্রিকা
js
Saturday, July 19, 2025
Social science পৃথিৱীৰ ভূগোল Class 10 MCQ and VSA questions answers for HSLC SEBA. In Assamese
Subscribe to:
Post Comments (Atom)
Comming Soon
Signal acquired · launching soon Something new is on its way W...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
Total No. of printed pages: 7 DLIEC/23/2024 District Level Internal Examination Committee, Kamrup Half Yearly Examination, 2023-24 Class:...
-
2023 GENERAL SCIENCE Full Marks: 90 Pass Marks: 27 Time: 3 Hours Assamese Medium The figures in the margin indicate f...
No comments:
Post a Comment