Class 10 Science Chapter 11 MCQ
(মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী)
1. নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ'ল—
(a) 25 মিটাৰ
(b) 25 ছে. মি.
(c) 2.5 ছে. মি
(d) 2.5 মিটাৰ
Ans : (b) 25 ছে. মি.
2. চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্দ্ৰৰ ফ'কাছ দৈৰ্ঘৰ পৰিবৰ্তন হয়?
(a) চকুৰ মণি
(b) চিলিয়াৰী পেশী
(c) চকুৰ পতা
(d) ৰেটিন
Ans : (b) চিলিয়াৰী পেশী
3. ৰামধেনু -
(a) সূৰ্যৰ একে দিশত সৃষ্টি হয়
(b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়
(c) সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে
(d) ওপৰৰ এটাও নহয়
Ans : (b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়
4. অক্ষিগোলকৰ ব্যাস হ'ল প্ৰায়-
(a) 2.1 cm
(b) 2.2 cm
(c) 2.3 cm
(d) 2.4 cm
Ans: (c) 2.3 cm
5. নেত্ৰদানৰ বাবে চকুযোৰ কিমান সময়ৰ ভিতৰত আতৰাব লাগে?
(a) 10-12 ঘন্টা
(b) 6-7 ঘন্টা
(c) 2-3 ঘন্টা
(d) 4-5 ঘন্টা
Ans : (d) 4-5 ঘন্টা
6. তলৰ কোনবিধ ৰোগীয়ে নেত্ৰদান কৰিব নোৱাৰে?
(a) মধুমেহ
(b) উচ্চৰক্তচাপ
(c) এজমা
(d) কেটেৰেক্ট
Ans : (d) কেটেৰেক্ট
7. আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি?
(a) পোহৰৰ প্ৰতিফলন
(b) পোহৰৰ প্ৰতিসৰণ
(c) পোহৰৰ বিক্ষেপন
(d) ওপৰৰ এটাও নহয়
Ans : (c) পোহৰৰ বিক্ষেপন
৪. তলৰ কোনটো পোহৰ দীঘল তৰংগ দৈর্ঘ্যযুক্ত ৰঙৰ-
(a) নীলা
(b) হালধীয়া
(c) সেউজীয়া
(d) ৰঙা
Ans : (d) ৰঙা
9. মায়াপিয়া গ্ৰস্ত ৰোগীৰ বাবে কি লেন্স ব্যৱহাৰ কৰিব লাগে?
(৯) উত্তন দেশ
(b) সমতল লেন্স
(c) অৱতল লেন্স
(d) ওপৰৰ এটাও নহয
Ans: (c) অৱতল লেন্স
10. চকুৰ প্ৰতিবিম্ব কত গঠন হয়?
(a) ৰেটিনা
(b) কর্ণিয়া
(c) নেত্রোদ
(d) ইৰিচ
Ans : (a) ৰেটিনা
11. তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তিৰবিৰণিৰ লগত জড়িত—
(a) প্রতিফলন
(b) বিক্ষেপণ
(c) বিচ্ছুরণ
(d) প্ৰতিসৰণ
Ans : (d) প্ৰতিসৰণ
12. অতি সূক্ষ্ম কণাবোৰে বিক্ষিপ্ত কৰা পোহৰৰ ৰং-
(a) বগা
(b) নীলা
(c) ৰঙা
(d) বেঙুনীয়
Ans : (b) নীলা
13. কোন অংশৰে চকুত পোহৰ সোমায়-
(a) ৰেটিনা
(b) কর্ণিয়া
(c) নো
(d) ইৰিচ
Ans : (b) কর্ণিয়া
14. ধূলিকণা, পানীৰ ক্ষুদ্ৰ টোপাল আদিৰ দৰে কণাই বিক্ষিপ্ত কৰা পোহৰৰ ৰং-
(a) নীলা
(b) ৰঙা
(c) বগা
(d) ইয়াৰ এটাও নহয়
Ans : (c) বগা
15. সূর্যোদয় আৰু সূর্যাস্তৰ সময়ৰ সূৰ্যৰ ৰঙচুৱা বৰণৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ'ল—
(a) প্রতিফলন
(b) বিচ্ছুৰণ
(c) প্ৰতিসৰণ
(d) বিক্ষেপণ
Ans : (d) বিক্ষেপণ
js
Wednesday, July 23, 2025
SEBA Class 10 Science Chapter 11 MCQ (মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী)
Subscribe to:
Post Comments (Atom)
Comming Soon
Signal acquired · launching soon Something new is on its way W...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
Total No. of printed pages: 7 DLIEC/23/2024 District Level Internal Examination Committee, Kamrup Half Yearly Examination, 2023-24 Class:...
-
2023 GENERAL SCIENCE Full Marks: 90 Pass Marks: 27 Time: 3 Hours Assamese Medium The figures in the margin indicate f...
No comments:
Post a Comment