Class 10 Science Chapter 8 How do organisms Reproduce Common MCQ's Assamese Medium
1. তলৰ কোনটো জীৱত মুকুলোদগমৰ জৰিয়তে অযৌন প্রজনন সম্পন্ন হয় --
A. এমিবা
B. ইষ্ট
Answer: ইষ্ট
2. যোজন কোষত ক্ৰ'মজমৰ সংখ্যা কিমান ?
A. এটা
B. এযোৰ
C. দুযোৰ
D. তিনি যোৰ
Answer: এযোৰ
3. তলৰ কোনটো যৌন সংক্রমিত ৰোগ নহয়?
A. HIV - AIDS
B. চিফিলিচ
C. গণৰিয়া
D. হেপাটাইটিছ
Answer: হেপাটাইটিছ
4. তলৰ কোনটো মানুহৰ শৰীৰৰ স্ত্রী জনন তন্ত্ৰৰ অংশ নহয় --
A. শুক্রবাহী নলী
B. ডিম্ববাহী নলী
Answer: শুক্রবাহী নলী
5. টেষ্ট ষ্টেৰণ হৰমন নি:সৰণ কৰা কোষ বিধৰ নাম কি?
A. জননকোষ
B. শুক্রকোষ
Answer: শুক্রকোষ
6. হাইড্রাই কিদৰে প্ৰজনন কৰে?
A. মুকুলোদগম
B. পুনৰ জীৱন
Answer: মুকুলোদগম
7. পৰাগধানী ত থাকে -
A. ডিম্বক
B. পৰাগৰেণু
Answer: পৰাগৰেণু
8. ক'লাজ্বৰ সৃষ্টিকাৰী অণুজীৱ বিধৰ নাম কি?
A. লেইচ' মেনিয়া
B. হাইড্রা
Answer: লেইচ' মেনিয়া
9. কৰ্পাছ লুটিয়ামৰ পৰা ক্ষৰণ হোৱা হৰমনবিধ হ'ল :-
A. প্রলাক্টিন
B. ৰিলেক্সিন
Answer: ৰিলেক্সিন
10. তলৰ কোনটো জীৱন প্রক্রিয়া নহয় --
A. প্রজনন
B. ৰেচন
Answer: প্রজনন
11. তলত দিয়া কোনটোৱে শুক্রাণু আৰু ডিম্বাণুৰ মিলনক বুজায় :-
A. বিভাজন
B. নিষেচন
Answer: নিষেচন
12. দুগ্ধ নি:সৰণত সহায় কৰা হৰমন বিধ হ'ল :-
A. প্রলাক্টিন
B. ৰিলেক্সিন
Answer: প্রলাক্টিন
13. তলৰ কোনটো কোষৰ অংশত পৰৱৰ্তী প্ৰজন্মলৈ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য থাকে --
A. ক্রম'জম'
B. অতিকেন্দ্র
Answer: ক্রম'জম'
14. প্লেনেৰিয়াই বংশবৃদ্ধি কৰা প্ৰক্ৰিয়াটো হ'ল :-
A. যৌন প্রজনন
B. পুণৰ জীৱন
Answer: পুণৰ জীৱন
15. তলৰ কোনটোক প্রটিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস বোলা হয় --
A. কোষকেন্দ্র
B. DNA
Answer: DNA
16. মানুহৰ কোনটো তন্ত্ৰৰ লগত প্ৰষ্টেট গ্রন্থি সংযুক্ত হৈ থাকে?
A. পুংজনন তন্ত্র
B. স্ত্রীজনন তন্ত্র
Answer: পুংজনন তন্ত্র
17. তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্ৰজনন কৰে --
A. ভাজন
B. বিভংগন
Answer: ভাজন
18. উদ্ভিদৰ পুংজনন কোষটো হৈছে :-
A. স্ত্রীকেশৰ
B. পুংকেশৰ
Answer: পুংকেশৰ
19. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজম'ডিয়ামে প্ৰজনন কৰে --
A. দ্বি - ভাজন
B. বহুভাজন
Answer: বহুভাজন
20. মাতৃদেহত ভ্রূণকোষে ----- যোগেদি পুষ্টি লাভ কৰে।
A. গর্ভাশয়
B. অমৰা
C. প্লেচেণ্টা
D. অমৰা আৰু প্লেচেণ্টা
Answer: অমৰা আৰু প্লেচেণ্টা
21. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনেৰিয়াই প্ৰজনন কৰে --
A. ৰেণুগঠন
B. পুনৰুৎপত্তি
Answer: পুনৰুৎপত্তি
22. ঋতুচক্র কিমান দিন চলে?
A. 21 দিন
B. 30 দিন
C. 2-4 দিন
D. 2-8 দিন
Answer: 2-8 দিন
23. ব্ৰায়'ফাইলাম বা দুপৰটেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ --
A. অংগজ প্রজনন
B. ৰেণু গঠন
Answer: অংগজ প্রজনন
24. নিষেচনৰ পাছত ----- ৰ খৰতকীয়াকৈ বৃদ্ধি হয় আৰু ফললৈ বিকশিত হয়।
A. স্ত্রীকেশৰ
B. গর্ভাশয়
Answer: গর্ভাশয়
25. পুং আৰু স্ত্ৰীজননকোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয় --
A. ভ্রূণ
B. যোজনকোষ
Answer: যোজনকোষ
26. তলৰ কোনটো পদ্ধতি কৃত্রিম মাধ্যমত সম্পন্ন কৰা হয়?
A. কাটিং
B. কলাকর্ষণ
C. জোৰা কলম
Answer: কলাকর্ষণ
27. তলৰ কোনটো ফুলৰ স্ত্ৰীস্তৱকৰ অংশ নহয় --
A. পৰাগধানী
B. গর্ভদণ্ড
Answer: পৰাগধানী
28. তলত দিয়া কোনটো প্রাণীৰ প্ৰজননত মুকুলোদগম হোৱা দেখা যায়?
A. ৰন্ধী প্ৰাণী
B. শামুক
Answer: ৰন্ধী প্ৰাণী
29. পুং আৰু স্ত্ৰীজননকোষৰ মিলনক কোৱা হয় --
A. ইতৰ-পৰাগযোগ
B. নিষেচন
Answer: নিষেচন
30. তলত দিয়া কোনটো প্ৰাণীৰ ক্ষেত্রত অনিষেচক প্রজনন দেখিবলৈ পোৱা নাযায় --
A. মৌ-মাখি
B. তৰা মাছ
Answer: তৰা মাছ
31. ফুলত থকা তলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়?
A. গর্ভমুণ্ড
B. গর্ভাশয়
C. ডিম্বক
Answer: ডিম্বক
32. কোনবিধ প্রজনন প্রক্রিয়াত জিনৰ বিনিময় হয়?
A. যৌন প্রজনন
B. অযৌন প্রজনন
Answer: যৌন প্রজনন
33. পিউবাৰটিৰ সময়ত ছোৱালীৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম'নবিধ --
A. টেষ্ট ষ্টাৰণ
B. ইষ্ট্র'জেন
Answer: ইষ্ট্র'জেন
34. ডিম্বাশয়ৰ গ্রেফিয়ান থলীৰ কোষবোৰৰ পৰা ক্ষৰণ হোৱা হৰমনবিধ হ'ল :-
A. পিটুইটেৰী
B. ইষ্ট্রজেন
Answer: ইষ্ট্রজেন
35. মানুহৰ পুংজনন তন্ত্ৰৰ কোনটো এটা অংশ নহয় -----
A. ফেল'পিয়ান নলী
B. শুক্রবাহী নলী
Answer: ফেল'পিয়ান নলী
36. এটা যৌনৰোগৰ উদাহৰণ হল :-
A. ডায়েৰীয়া
B. গন'ৰিয়া
Answer: গন'ৰিয়া
37. মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ কোনটো এটা অংশ নহয় --
A. ফেল'পিয়ান নলী
B. শুক্রবাহী নলী
C. জৰায়ু
D. ডিম্বাশয়
Answer: শুক্রবাহী নলী
38. যৌন প্রজননতকৈ অযৌন প্রজননত জিনীয় ভিন্নতা :-
A. কম
B. বেছি
Answer: বেছি
39. তলৰ কোনটো অংশত মানুহৰ স্ত্রীজননকোষ গঠিত হয় --
A. ডিম্বাশয়
B. ডিম্ববাহী নলী
Answer: ডিম্বাশয়
40. এমিবাই প্ৰধানকৈ ----- ৰ দ্বাৰা বংশ
বিস্তাৰ কৰে :-
A. বিভাজন
B. যৌন প্রজনন
Answer: বিভাজন
41. তলৰ কোনটো অংশত মানুহৰ পুং জননকোষ বা শুক্রাণু গঠিত হয় --
A. শুক্ৰাধাৰ
B. শুক্রাশয়
Answer: শুক্রাশয়
42. তলৰ কোনটোক প্রটিন উৎস বোলা হয়?
A. RNA
B. DNA
Answer: DNA ক
43. প্লেচেণ্টাই মাতৃগৰ্ভত ভ্রূণ এটাৰ কোনটো প্রক্রিয়াত সহায় কৰে --
A. পৰিপুষ্টি
B. ৰেচন
C. শ্বসন
D. ওপৰৰ আটাইকেইটা
Answer: ওপৰৰ আটাইকেইটা
44. তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই নতুন প্ৰজন্মৰ সৃষ্টি কৰে?
A. ৰেণু গঠন
B. দ্বি-বিভাজন
Answer: দ্বি-বিভাজন
js
Wednesday, July 23, 2025
SEBA Class 10 Science Chapter 8 How do organisms Reproduce Common MCQ's Assamese Medium
Subscribe to:
Post Comments (Atom)
SEBA Class X Agriculture: Irrigation Management in Vegetable Crops Chapter – 1
Irrigation Management in Vegetable Crops Chapter – 1 ...
-
Introduction Vegetable crops require frequent irrigation for better growth and development. Irrigation requirement may vary from crop ...
-
ভাৰতৰ ৰাজনৈতিক দল অনুশীলনীৰ প্রশ্নোত্তৰ অতি চমু প্রশ্নোত্তৰ প্রশ্ন ১। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। উত্তৰঃ চীন। প...
-
উদ্যান শস্যৰ পৰিচয় পৰিচয় উদ্যান শস্য এটা বিজ্ঞান , লগতে , উদ্যান শস্য , যেনে ফল - মূল আৰু শাক - পাচলি , ...
No comments:
Post a Comment