Class 10 Science Chapter 16 MCQ
(প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা)
1. বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ'ল-
(a) বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰুৱালগীয়া হয়
(b) বৃহৎ পৰিস্থিতিতন্ত্র বিনষ্ট হয়
(c) (i) আৰু (ii) এটাও নহয়
(d) (i) আৰু (ii) দুয়োটা
Ans : (d) (i) আৰু (ii) দুয়োটা
2. জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনৰ অধীনত_টা অধ্যায় আছে।
(a) পচা
(b) আঠটা
(c) দুটা
(d) চাৰিটা
Ans : (b) আঠটা
3. বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইনৰ অধীনত_টা অধ্যায় আছে।
(a) সাতটা
(c) ন টা
(c) দুটা
(d) চাৰিটা
Ans : (a) সাতটা
4. প্ৰতি বছৰৰ তাৰিখটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰা হয়-
(a) 1 জুন
(b) 5 জুন
(c) 7 জুন
(d) ৪ জুন
Ans : (b) 5 জুন
5. তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয়?
(a) উদ্যোগপতিসকল
(b) কৃষকসকল
(c) চৰকাৰৰ বন বিভাগ
(d) বন্যপ্ৰাণী আৰু প্ৰকৃতিপ্রেমীসকল
Ans : (b) কৃষকসকল
6. অমৃতদেবী বিস্ফোইয়ে তলৰ কোনবিধ গছৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল?
(a) পাইন গছ
(b) শাল
(c) খেজুৰ
(d) খেজৰি
Ans : (d) খেজৰি
7. ৰাজস্থানৰ বিষ্ণোই সম্প্রদায় তলৰ কোনটোৰ সংৰক্ষণৰ লগত জড়িত?
(a) কয়লা আৰু পেট্র'লিয়াম
(b) পানী
(c) বন আৰু বন্যপ্রাণী
(d) মাটি
Ans : (c) বন আৰু বন্যপ্ৰাণী
৪. তলৰ কোনটোৰ সংৰক্ষণৰ লগত চিপকো আন্দোলন জড়িত?
(a) গছ
(b) পানী
(c) নদী
(d) বন্যপ্রাণী
Ans : (a) গছ
9. তলৰ কোনটো ৰাজস্থানত ব্যৱহাৰ হোৱা এটা পুৰণি পানী সঞ্চয়ন পদ্ধতি?
(a) কুলহ্
(b) খাদিন
(c) এৰি
(d) কাট্টা
Ans : (b) খাদিন
10. আহাৰ আৰু পাইন তলৰ কোনখন ৰাজ্যত ব্যৱহৃত পানী সঞ্চয়নৰ দুটা পৰম্পৰাগত পদ্ধতি-
(a) উত্তৰ প্ৰদেশ
(b) ৰাজস্থান
(c) বিহাৰ
(d) মহাৰাষ্ট্ৰ
Ans : (c) বিহাৰ
11. হিমাচল প্রদেশত প্রচলিত পানী সঞ্চয়ন পদ্ধতিটো কি?
(a) নদী
(b) কুলহ্
(c) এৰি
(d) তাল
Ans : (b) কুলহ্
12. অপর্যাপ্ত বায়ুৰ উপস্থিতিত কয়লা আৰু পেট্রলিয়াম দহন কৰিলে উৎপন্ন হয়-
(a) কার্বন ডাই অক্সাইড
(b) নাইট্র'জেন
(c) ছালফাৰৰ অক্সাইড
(d) ওপৰৰ আটাইকেইটা
Ans : (d) ওপৰৰ আটাইকেইটা
13. কয়লা আৰু পেট্ৰ'লিয়ামৰ দহনৰ ফলত কি উৎপন্ন হয়?
(a) কার্বন ডাই অক্সাইড
(b) নাইট্র'জেন
(c) ছালফাৰৰ অক্সাইড
(d) কার্বন ম'ন'ক্সাইড
Ans : (a) কার্বন ডাই অক্সাইড
14. জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো গেছ বিষাক্ত নহয়?
(a) কার্বন ম'ন'ক্সাইড
(b) ছালফাৰ ডাই অক্সাইড
(c) কার্বন ডাই অক্সাইড
(d) নাইট্ৰ'জেন ডাই অক্সাইড
Ans : (c) কার্বন ডাই অক্সাইড
15. কয়লা আৰু পেট্ৰ'লিয়ামৰ ব্যৱহাৰৰ অসুবিধা হ'ল—
(a) বায়ু প্রদূষণ
(b) গোলকীয় উত্তাপন
(c) ইহঁত ক্ষয়িষ্ণু শক্তিৰ উৎস
(d) ওপৰৰ আটাইকেইটা
Ans : (d) ওপৰৰ আটাইকেইটা
js
Monday, July 28, 2025
SEBA Class 10 Science Chapter 16 MCQ (প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা)
Subscribe to:
Post Comments (Atom)
Comming Soon
Signal acquired · launching soon Something new is on its way W...
-
ণত্ব বিধি আৰু ষত্ব বিধি ণত্ব বিধিঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'ন’ই মূদ্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধ...
-
Total No. of printed pages: 7 DLIEC/23/2024 District Level Internal Examination Committee, Kamrup Half Yearly Examination, 2023-24 Class:...
-
2023 GENERAL SCIENCE Full Marks: 90 Pass Marks: 27 Time: 3 Hours Assamese Medium The figures in the margin indicate f...
No comments:
Post a Comment