js

Monday, July 28, 2025

SEBA দশম শ্ৰেণী ইতিহাস অধ্যায় - মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Short Question Answer.

 Class 10 History Very Short Question answer. 
দশম শ্ৰেণী ইতিহাস অধ্যায় - মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম  Short Question Answer.

অতি চমু প্ৰশ্নৰ উত্তৰ :

(১) গান্ধীজীয়ে দক্ষিণ আফ্রিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম কি?
উত্তৰ: ইণ্ডিয়ান অপিনিয়ন

(২) গান্ধীজীৰ মতে সত্যাগ্ৰহৰ ভিত্তি কি?
উত্তৰ: অহিংসা

(৩) কোন চনত ৰাওলাট আইন প্রণয়ন কৰা হৈছিল?
উত্তৰ: ১৯১৯ চনত

(৪) কোন চনত ৰাছিয়াত বিপ্লৱ সংঘটিত হৈছিল?
উত্তৰ: ১৯১৭ চনত।

(৫) জালিৱানবালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে।
(৬) ভাৰতবৰ্ষত খিলাফৎ আন্দোলনৰ নেতা কোন আছিল?
উত্তৰ: মৌলানা চৌকত আলি আৰু মহম্মদ আলি।

(৭) গান্ধীজীয়ে অসহযোগ আন্দোলন কিয় বন্ধ কৰিছিল?
উত্তৰ: ১৯২২ চনৰ ৫ ফেব্ৰুবাৰীত সংঘটিত চৌধীচৌৰাৰ ঘটনাৰ বাবে।

(৮) ছাইমন কমিছনৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰ: ভাৰতবৰ্ষত মন্টেগো চেমচফর্ড সংস্কাৰৰ কৃতকাৰ্যতাৰ বিষয়ে অনুসন্ধান কৰা।

(৯) ৰবীন্দ্ৰনাথ ঠাকুৰে "নাইট" উপাধি কিয় ত্যাগ কৰিছিল?
উত্তৰ: জালিবানৱালাবাগৰ হত্যাকাণ্ডৰ প্রতিবাদত। 

(১০) ভাৰতবৰ্ষৰ বাজনৈতিক দল আৰু সংগঠনসমূহে ছাইমন কমিছন কিয় বর্জন কৰিছিল?
উত্তৰ ছাইমন কমিছনত এজনো ভাৰতীয় সদস্য নথকাৰ বাবে।

(১১) ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত "পূৰ্ণ স্বৰাজ'ৰ দাবী উত্থাপন কৰা হৈছিল?
উত্তৰ: ১৯২৯ চনৰ লাহোৰ অধিৱেশনত।

(১২) কোন চনত মহাত্মা গান্ধী আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল?
উত্তৰ: ১৮৮৮ চনত
(১৩) কাক সীমান্ত গান্ধী বুলি কোৱা হয়?
উত্তৰ: খান আব্দুল গফুৰ খানক।

(১৪) গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তৰ ১৯৩১ চনৰ ৫ মার্চত।
(১৫) দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি কোনে যোগদান কৰিছিল ?
উত্তৰ: জাতিৰ পিতা মহাত্মা গান্ধীয়ে।

(১৬) দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰ ১৯৩৯ চনৰ ছেপ্তেম্বৰ মাহত।

(১৭) ভাৰত ত্যাগ আন্দোলনক আৰু কি নামেৰে জনা যায় ?
উত্তৰ আগষ্ট বিপ্লৱ

(১৮) কোন চনত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ নাটাললৈ গৈছিল ?
উত্তৰ ১৮৯৩ চনত

(১৯) গান্ধীজীয়ে নাটালত প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি ?
উত্তৰ নাটাল ইণ্ডিয়ান কংগ্ৰেছ।
(২০) "কৰিম কিম্বা মৰিম” বাণীটো কাৰ?
উত্তৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ।
(২১) ভাৰত আৰু পাকিস্তানৰ মাজৰ
সীমাৰেখাৰ নাম কি ?
উত্তৰ ৰেডক্লিফ লাইন।(১৪) গান্ধী আৰউইন চুক্তি কেতিয়া
স্বাক্ষৰিত হৈছিল ?
উত্তৰ ১৯৩১ চনৰ ৫ মার্চত।
(১৫) দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাৰতীয়
জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি কোনে যোগদান
কৰিছিল ?
উত্তৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে।
(১৬) দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ
হৈছিল ?
উত্তৰ ১৯৩৯ চনৰ ছেপ্তেম্বৰ মাহত।
(১৭) ভাৰত ত্যাগ আন্দোলনক আৰু কি
নামেৰে জনা যায় ?
উত্তৰ আগষ্ট বিপ্লৱ
(১৮) কোন চনত মহাত্মা গান্ধী দক্ষিণ
আফ্ৰিকাৰ নাটাললৈ গৈছিল ?
উত্তৰ ১৮৯৩ চনত
(১৯) গান্ধীজীয়ে নাটালত প্ৰতিষ্ঠা কৰা
সংগঠনটোৰ নাম কি ?
উত্তৰ নাটাল ইণ্ডিয়ান কংগ্ৰেছ।
(২০) "কৰিম কিম্বা মৰিম” বাণীটো কাৰ?
উত্তৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ।
(২১) ভাৰত আৰু পাকিস্তানৰ মাজৰ
সীমাৰেখাৰ নাম কি ?
উত্তৰ ৰেডক্লিফ লাইন।


1 Very Short Question Answer. দশম
শ্ৰেণীৰ ইতিহাস কিতাপখনৰ অধ্যায় - 1. বংগ
বিভাজন আৰু স্বদেশী আন্দোলন পাঠটোৰ

অতি চমু প্ৰশ্ন উত্তৰ :
(১) বংগ ভংগ আন্দোলনৰ প্ৰাথমিক
কার্যসূচী কি আছিল? (H.S.L.C = 16, 17)
উত্তৰ বংগ ভংগ আন্দোলনৰ প্ৰাথমিক
কাৰ্যসূচী সমূহ এনেধৰণৰ আছিল -
(ক) বংগদেশৰ বিখ্যাত চিন্তানায়ক সকল যেনে
সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়, বিপিন চন্দ্র পাল,
ৰবীন্দ্ৰনাথ ঠাকুৰ, বাল গংগাধৰ তিলক
আদিয়ে তেওঁলোকৰ লিখনি আৰু প্ৰতিবাদী
সভা-সমিতিৰ মাধ্যমেৰে জনতাৰ মাজত বংগ
বিভাজনৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল।
(২) বংগ বিভাজনে সৃষ্টি কৰা 'পূর্ববংগ
আৰু অসম' নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন
হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক
সংমণ্ডল উল্লেখ কৰা।
উত্তৰ
বংগদেশৰ প্ৰধান ভৌগোলিক
সংমণ্ডল তিনিটা হ'ল - (i) ৰাজশাহী, (ii) ঢাকা
আৰু (iii) চট্টগ্রাম

(৩) বিট্ৰিছ চৰকাৰে কিমান চনত দিল্লীত
দৰবাৰ পাতি বংগ ভংগ আঁচনি বাতিল
কৰিছিল? (HSLC = 16)
(i) ১৯০৫ চনৰ ২০ জুলাই তাৰিখে
(ii) ১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে
উত্তৰ
১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে

(৪) 'বন্দে মাতৰম' গীতটো কোনে ৰচনা
কৰিছিল? (HSLC = 11, 14)
উত্তৰ
বংকিমচন্দ্র চট্টোপাধ্যায়ে
(৫) 'লাল-বাল-পাল' কোন আছিল?
(H.S.L.C. 12)
উত্তৰ


'লাল-বাল-পাল' বংগদেশৰ
তিনিজন প্রধান চিন্তানায়ক আৰু স্বদেশী
আন্দোলনৰ গুৰিধৰোেতা আছিল। লাল =
লালা লাজপত ৰায়, বাল = বাল গংগাধৰ
তিলক, পাল = বিপিনচন্দ্র পাল।


(৬) শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(a) কাৰ কাৰ্যকালত 'বংগ বিভাজন আঁচনিখন'
কাৰ্যকৰী কৰা হৈছিল? (H.S.L.C =14, 17)
(i) লর্ড উইলিয়াম বেন্টিকে
(ii) লর্ড কার্জন
উত্তৰ
লর্ড কার্জন

(৭) লর্ড মিন্টো কোন আছিল? (HSLC =
13)
উত্তৰ
লর্ড মিন্টো আছিল লৰ্ড কাৰ্জনৰ
পিছৰ জন ভাইচৰয়। তেওঁৰ প্ৰৰোচনাতে
'মুছলীম লীগ' গঠন হৈছিল।

(৬) শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(a) কাৰ কাৰ্যকালত 'বংগ বিভাজন আঁচনিখন'
কাৰ্যকৰী কৰা হৈছিল? (H.S.L.C =14, 17)
(i) লর্ড উইলিয়াম বেন্টিকে
(ii) লর্ড কার্জন
উত্তৰ লর্ড কার্জন


(৭) লর্ড মিন্টো কোন আছিল? (HSLC =
13)
উত্তৰ
লর্ড মিন্টো আছিল লৰ্ড কাৰ্জনৰ
পিছৰ জন ভাইচৰয়। তেওঁৰ প্ৰৰোচনাতে
'মুছলীম লীগ' গঠন হৈছিল।


(৮) আগাখাঁৰ নেতৃত্বত মুছলমান সজাতি
দলটোৱে ছিমলাত ব্ৰিটিছ ভাইচৰয়ৰ ওচৰত
কি অনুৰোধ জনাইছিল? (H.S.L.C = 14)
উত্তৰ
অনুৰোধ এনেদৰে জনাইছিল -
(ক) প্ৰস্তাৱিত শাসন সংস্কাৰ আঁচনিত
মুছলমানসকলৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত
কৰাৰ বাবে আৰু
(খ) মুছলমানসকলৰ বাবে সাংবিধানিক
সুকীয়া নির্বাচনী মণ্ডল গঠনৰ বাবে অনুৰোধ
জনাইছিল।


No comments:

Post a Comment

SEBA দশম শ্ৰেণী ইতিহাস অধ্যায় - মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Short Question Answer.

 Class 10 History Very Short Question answer.  দশম শ্ৰেণী ইতিহাস অধ্যায় - মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম  Short Question Answ...