js

Tuesday, July 22, 2025

SEBA Class X Assamese Importent questions

উদ্যোগী হওঁ আহা

 

) ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীয়ে প্রথমে প্ৰতিষ্ঠা কৰা Softronics নামৰ কোম্পানীটো কিয় বন্ধ 'বলগীয়া হয়?

) ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুর্ত্তীক এই কোম্পানীটো প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনে কিদৰে আৰ্থিকভাৱে সহায় কৰিছিল?

) আমাৰ ভাগ্য (Destiny) গ্রহ নক্ষত্রই নিৰূপণ নকৰে, আমাৰ নিজৰ ভিতৰত থাকে কথাষাৰ কোনগৰাকী বিখ্যাত ব্যক্তিৰ উক্তি?

) আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়া আপোনাৰ ভুল নহয়, কিন্তু আপুনি যদি দুখীয়া হৈ মৰে সেয়া আপোনাৰ ভুল কথাষাৰ কোনগৰাকী বিখ্যাত ব্যক্তিৰ?

) Indian Institute of Entrepreneurship (IIE) কি?

) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?

) টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?

) মুদ্রা ঋণ আঁচনি কি?

১০) পিটাৰ ড্ৰাকাৰ কোন?

১১) 'উদ্যোগী হওঁ আহা' শীর্ষক পাঠটিত লেখকে উদ্যোগীসকলৰ সফলতাৰ বাবে কি কি গুণ থাকিব লাগিব বুলি উল্লেখ কৰিছে আলোচনা কৰা।

১২) ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।

১৩) ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱহায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী ' পাৰিছিল, বৰ্ণনা কৰা।

১৪) ভাব সম্প্ৰসাৰণ কৰা- উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান"

 

***

 

ভাৰতীয় সংস্কৃতি

 

) কোন গৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰ-শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে?

[HSLC '07]

) 'ফ্রম ভলগা টু গংগা' নামৰ প্ৰবন্ধটোৰ লেখক কোন?

[HSLC '09, 16, 18]

) সকলো আৰ্টৰ মূলতে কি কি দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়?

[HSLC '06]

) অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।

[HSLC ‘20]

) ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল, চমুকৈ লিখা।

[HSLC ‘22]

) ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু কথাষাৰৰ যুক্তিযুক্ততা 'ভাৰতীয় সংস্কৃতি' পাঠৰ আধাৰত চমুকৈ বিশ্লেষণ কৰা।

[HSLC '04, 07, 09, 16, 19]

) অজন্তাৰ ছবিবোৰত দুটা ভাৱ-বস্তু প্রকাশ পাইছে।”-এই দুটা ভাৱ-বস্তু কি কি, পাঠৰ আধাৰত বুজাই লিখা।

[HSLC '08]

) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।

তাৎপৰ্য বিচাৰ কৰা।

[HSLC '18]

১০) ব্যাখ্যা কৰা-ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।

 

***

 

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

 

) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?

[HSLC '14, 17]

) সংমিশ্রণত অসমীয়া সংস্কৃতি' নামৰ পুথিখনৰ লেখক কোন?

[HSLC '23]

) গতিকে মূলতে অসমীয়া জন-সংস্কৃতিৰ ধাৰক এইবোৰ জাতি-গোষ্ঠীয়েই আছিল"

---ইয়াত কোনবোৰ জাতি-গোষ্ঠীৰ কথা কোৱা হৈছে?

[HSLC '12]

) অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

[HSLC '16]

) ডাকৰ বিষয়ে এটি টোকা লিখা।

[HSLC ‘17]

) এই গোটেইবোৰ ' স্বতঃপ্রণোদিতভাৱে হোৱা প্ৰক্ৰিয়া

---কথাষাৰৰ অন্তনির্হিত অর্থটি বুজাই লিখা।

[HSLC '20]

) দেখা যায়, সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিলঅসমীয়া ভাষা।

--- পাঠৰ আলমত চমুকৈ বুজাই লিখা।

[HSLC '11, 14]

) ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।

ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক কেনেদৰে কটকটীয়া কৰিলে আলোচনা কৰা।

[HSLC '12]

) অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি উল্লেখ কৰা।

[HSLC '13, 14]

১০) অসমৰ বৈচিত্ৰপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।

--- কথাষাৰৰ তাৎপর্য মুকলিকৈ বুজাই লিখা।

[HSLC '17]

১১) ব্ৰিটিছৰ আগমনে অসমীয়া সমাজ-ব্যৱস্থালৈ কি কি পৰিৱৰ্তন আনিছিল পাঠৰ আধাৰত আলোচনা কৰা।

 

***

 

ইণ্টাৰনেটৰ তিতা-মিঠা

 

) ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?

[HSLC ‘20]

) 'ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।'

--- কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।

[HSLC '20]

) ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।

[HSLC '22]

) এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে।

---কথাষাৰ কোনে, কাক আৰু কিয় হৈছিল?

[HSLC '23]

) চমুটোকা লিখাঃ

) কম্পিউটাৰ

) ৱাটছএপ

) টুইটাৰ

) ইউ টিউব

) ফেচবুক

) -মেইল

) 'চিয়েল মিদিয়া

) ভিডিঅ' কলিং

) গুগুল

 

***

 

অৰুণিমা সিনহা

 

) একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।

---কথাষাৰৰ যুক্তিযুক্ততা জীৱনৰ আধাৰত বুজাই লিখা।

[HSLC '20]

) এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল?

[HSLC '20]

) একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত বতৰা কঢ়িয়াই আনে।

--- কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধৰত বুজাই লিখা।

[HSLC '23]

) অৰুণিমা সিনহাই ৰে' যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি 'বলগীয়া হৈছিল? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?

) অৰুণিমা সিনহা কোন? তেওঁৰ পৰ্বতাৰোহণ অভিযানৰ বিষয়ে পাঠটিৰ আধাৰত লিখা।

) অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।

 

***

 

অৰণ্যযাত্রা

 

) কামত 'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।

--- কথাষাৰৰ বক্তা কোন?

[HSLC ‘20]

) কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্রীসকললক অৱগত কৰিছিল?

[HSLC '20]

) কামত 'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।

--- এই কথাষাৰ কিয় 'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা।

[HSLC '23]

) কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্রীসকলক অৱগত কৰিছিল?

[HSLC '23]

) মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?

) নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?

) প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?

 

***

 

পাৰস্যত এভুমুকি

 

) পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল?

[HSLC '18]

) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?

[HSLC '19, 20]

) ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিৱৰণ দিয়া।

[HSLC ‘16]

) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে?

[HSLC ‘17]

) ইৰাণৰ শাসক নাদিৰ শ্বাহৰ ৰাজত্বই ভাৰতবৰ্ষত কি বিভীষিকাৰ সৃষ্টি কৰিছিল?

[HSLC '19]

) তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং' আহিলাসমূহ ভূমিকা কি?

[HSLC '19]

) বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।

[HSLC '23]

) কোনজন ইৰাণ শাসকে কেনেদৰে ভাৰতবৰ্ষত বিভীষিকাৰ সৃষ্টি কৰিছিল?

) '' ৰোজৰ নৈবেদ্যৰ সাতবিধ উপাচাৰ কি কি ?

১০) মিবৰীন ইৰাডি কোন? তেওঁৰ সংগ্ৰামৰ বিৰুদ্ধে পাঠ্যপুথিৰ সহায়ত লিখা।

১১) ইৰাণীসকলৰ খাদ্যভাসৰ এক আভাস দাঙি ধৰা।

১২) ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা

 

***

 

বৰগীতঃ ৰাগ-বসন্ত

 

) তোমাৰ পাঠপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে?

[HSLC '16, 19]

) বৰগীতৰ দুটা/তিনিটা লক্ষণ উল্লেখ কৰা।

[HSLC '16, 22]

) বৰগীতৰ লক্ষণসমূহ কি কি?

[HSLC '18]

) মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা।

[HSLC '19]

) সনক সনন্দ যোগী যাহাকু ধিয়ায়।

সকল নিগমে যাক বিচাৰি নাপায়।।

ইয়াত কবিয়ে কি প্ৰসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে?

[HSLC '19]

) কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিক কি কি ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰা।

[HSLC '20, 23]

) তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ মূলভাৱ লিখা।

[HSLC '22]

) শংকৰদেৱ আৰু মাধৱদেৱে কিমানটাকৈ বৰগীত ৰচনা কৰিছিল?

) বৰগীতৰ সংজ্ঞা দাঙি ধৰি ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

১০) ব্ৰজাৱলী ভাষাৰ বৈশিষ্টসমূহ উল্লেখ কৰা

 

***

 

জিকিৰ

 

) 'মোমিন' অৰ্থ কি?

[HSLC '16]

) জিকিৰবোৰক কিহৰ তুলনা কৰিব পাৰি?

[HSLC '19]

) আজান ফকীৰৰ আচল নাম কি আছিল?

[HSLC ‘20]

) চমুটোকা লিখাঃ আজান ফকীৰ

[HSLC ‘16]

) জিকিৰৰ বিষয়ে এটি টোকা লিখা।

[HSLC '18]

) জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে?

[HSLC '23]

) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

[HSLC '17, 22]

) সজাৰ মইনাটিৰ অনেক যুগুতি।

দেও মাৰি পাৰ 'লে এৰিলে পিৰীতি।।

[HSLC '19, 22]

 

***

 

প্রশস্তি

 

) ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে?

[HSLC '23]

) 'প্রশস্তি' কবিতাটোৰ মূলভাৱ লিখা।

[HSLC ‘20]

) কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।

) সুন্দৰৰ ৰূপধ্যান কৰিবলৈ ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।

) ব্যাখ্যা কৰাঃ

) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ

ছন্দভৰা সুমধুৰ তান

জল স্থল অন্তৰীক্ষ সকলোতে যেন

দেৱতাৰ মহা অভিযান।

) মোহন কীচক বেণু অনাহত ছন্দে

গায় মহামহিমৰ গান

মোহ তন্দ্রালস তেজি উঠা বক্তবৃন্দ!

সুন্দৰৰ কৰা ৰূপধ্যান।

 

***

 

মই অসমীয়া

 

) অসমৰ হেংদাং ' জিলিকিছিল?

[HSLC '20]

) ' অত বল পালে অসমৰ সেনানীয়ে

শুকান সান্দহ আৰু পানী আঁজলিত।

কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।

[HSLC ‘20]

) 'অসমৰ হেংদাং জিলিকিল

দুপৰৰ পূৰ্ণ আলোকত'

--- কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা।

[HSLC '22]

) 'মই অসমীয়া' কবিতাটোৰ সাৰাংশ লিখা।

[HSLC '20]

) 'মই অসমীয়া' কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।

[HSLC '22]

) চৈয়দ আব্দুল মালিক কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল আৰু সেই অধিবেশনখন ' অনুষ্ঠিত হৈছিল?

) চৈয়দ আব্দুল মালিকৰ ৰচিত গল্প-উপন্যাসৰ পৰা কি কি চলচ্চিত্র নির্মিত হৈছে?

) মই অসমীয়াকবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা।

১০) কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ' বুলি ভাবিছে বুজাই লিখা।

১১) ব্যাখ্যা কৰা:

জীৱনে মৰণে মই চিৰদিন অসমীয়া

অসমীয়া দেহ-প্রাণ মন

জীয়াই থাকোঁতে মই অসমৰে অসমীয়া,

মৰিলেও বৰি ' অসমৰ অমিয়া মৰণ।

 

***

 

দৃশ্যান্তৰ

 

) 'দৃশ্যান্তৰ' কবিতাটিত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল?

) হৰেকৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?

) 'কাকিনী তামোল' শব্দৰ অৰ্থ কি?

) 'বাৰে বাৰে সাজিছে কাৰেং

বিশ্ব সভ্যতাৰ।'

--- কবিতাংশৰ জৰিয়তে কবিয়ে বিশ্ব সভ্যতাৰ কাৰেং সজা বুলি কিহক বুজাইছে লিখা।

) 'সময়টো আছিল গধুলি।

তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল

নিজৰ ঘৰৰ পদূলি।'

--- নিজৰ ঘৰ বিচাৰি হাবাথুৰি খোৱা মানুহজন কিদৰে সন্তীয়া সভ্যতাৰ মাজত হেৰাই ' বৰ্ণনা কৰা।

) দৃশ্যান্তৰ কবিতাটিৰ মূলভাৱ লিখা।

) দৃশ্যান্তৰ কবিতাটিত গ্ৰাম্য জীৱনৰ চিত্ৰ কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা।

) এই কংক্রীটৰ হাবিখনত তেওঁক

বিচাৰি নাপালো আৰু।

---ব্যাখ্য কৰা।

 

***

 

বৈচিত্র্যময় অসম

 

) 'বৈচিত্র্যময় অসম' নাম দ্রুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া।

) তোমাৰ দ্রুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো তিনিটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা।

 

***

 

প্রাচীন ভাৰতীয় শিক্ষা

 

) নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকী কোন আছিল?

) প্ৰাচীন ভাৰতৰ চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।

) আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত

আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?

) আজিকালিৰ শিক্ষাৰ সৈতে প্ৰাচীন ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা।

) প্রাচীন ভাৰতত কেইটা বিশ্ববিদ্যালয় আছিল? প্ৰত্যেকৰে নাম লিখা।

) প্রথম অসমীয়া ছনেট ৰচোঁতা হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা ছনেটটোৰ নাম কি?

) নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

) চমুটোকা লিখাঃ

) তক্ষশীলা

) নালন্দা

) আৰ্যশিক্ষাৰ ৬৪ কলাবিদ্যা

) আৰ্য-শিক্ষাৰ মূলমন্ত্র মোক্ষ লাভ 'লেও তাক কৰ্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাৰহে বিধান কৰিছে।

--- বাক্যশাৰীৰ তাৎপর্য বিশ্লেষণ।

 

***

 

বিষাদ যোগ (কথা-গীতাৰ পৰা)

 

) ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?

) 'বিষাদ যোগ' পাঠটিৰ মূল কি?

) অর্জুনৰ ধনুখনৰ নাম কি?

) 'বিষাদ যোগ' পাঠটি ' পৰা তুলি দিয়া হৈছে?

) অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?

) ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

) 'আবে পাণ্ডৱসৱৰ শুনা'---- কুৰুক্ষেত্ৰযুদ্ধৰ প্ৰাকক্ষণত পঞ্চ পাণ্ডৱে কি কি শঙ্খ বজাইছিল?

) চাৰিবৰ্ণ কি?

) চাৰিআশ্ৰম কি কি?

 

***

 

ধৰ ঝাড়ু ধৰ ভাই

 

) নহ'লে যে বিশ্ব সভাত

ধৰ ঝাড়ু ধৰ ভাই

নহ' তোৰ বহাৰ ঠাই।

--- বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?

) ধৰ ঝাড়ু ধৰ ভাই

আৰু চাবলৈ সময় নাই”--- তাৎপর্য বুজাই লিখা।

) '' এৱে তোৰ সময় 'বৰ

জাতিৰ ঝাড়ুদাৰ যে ভাই'

--ইয়াত কবিয়ে কি কাৰণে 'জাতিৰ ঝাড়ুদাৰ' হোৱাৰ সময় 'লহি বুলি সকীয়াই দিছে?

 

***

 

কানাইৰ চাতুৰী

 

) কপিল মুনিৰ মাতৃৰ নাম কি?

) কি ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণই বলিক ছলনা কৰিছিল?

) কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত পৰিৱেশন কৰিছিল?

) অর্থ লিখাঃ

বিগুটিয়া, তাসম্বাক, চৌপৰ, ৰজনী।

) 'কানাইৰ চাতুৰী' নামৰ কবিতাটো কবিৰ কোনখন পুথিৰ অন্তৰ্গত?

) তথাপি তোহাক

উৰি যায় মোৰ জীউ।

দেখন্তে ডৰত

----কোনে, কাক এনেদৰে কৈছিল, বুজাই লিখা?

) কৃষ্ণই কি ৰূপ লৈ বলিক ছলনা কৰিছিল?

) কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ সহায়ত চমুকৈ বুজাই লিখা।

) 'গাততে পোততে

পেটাৰি বান্ধন্তে

ধনত লাগিবে জুই'

---ইয়াত কোনে, কিয় ধনত জুই লাগিব বুলি কৈছে?

১০) মাকৰ কি কি গুণৰ কথা 'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা।

১১) চমুটোকা লিখাঃ শ্ৰীধৰ কন্দলি

 


No comments:

Post a Comment

SEBA Class X Employability Skills: Unit 1 Communication Skills Questions and Answers

  Session 1: Methods of Communication 1. What is Communication? Answer – The word ‘Communication’ comes from the Latin word Communicare, w...