হেমচন্দ্ৰ গোস্বামীসম্পর্কীয় মুখ্য বিন্দুসমূহ —
-
সম্পূৰ্ণ নাম: হেমচন্দ্ৰ গোস্বামী
-
জন্ম: ১৮৭২ চনত গোলাঘাটৰ ওচৰৰ ঢেকিয়ালত।
-
পিতৃৰ নাম: ডম্বৰুধৰ গোস্বামী
-
শিক্ষা:
-
নগাঁৱত প্ৰাথমিক আৰু বিদ্যালয় শিক্ষালাভ।
-
কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা বি.এ. পৰ্যন্ত অধ্যয়ন।
-
-
চাকৰি:
-
অসম চৰকাৰী চাকৰিত কৰ্মৰত আছিল।
-
১৯২৫ চনত এ. চি. ৰূপে অৱসৰ গ্ৰহণ কৰে।
-
-
সাহিত্যিক কৰ্ম আৰু অৱদান:
-
অ.ভা.ভা.উ.সা. সভাৰ লগত জড়িত আছিল।
-
‘জোনাকী’ পত্রিকাৰ সম্পাদক আছিল।
-
প্ৰথম অসমীয়া ছনেট – ‘প্ৰিয়তমাৰ চিঠি’ ৰচে।
-
প্ৰসিদ্ধ গ্ৰন্থসমূহ —
-
ফুলৰ ভেনু
-
কথা-গীতা
-
পুৰণি অসমৰ বুৰঞ্জী
-
অসমীয়া সাহিত্যৰ চানেকি
-
কামৰত্নতন্তৰ
-
-
-
বিশেষ অৱদান:
-
তেওঁৰ যত্নত ‘হেমকোষ’ অভিধান মুদ্ৰণ কৰা হয়।
-
১৯২০ চনৰ তেজপুৰ অধিবেশনত অসম সাহিত্য সভাৰ সভাপতি আছিল।
-
-
গৱেষণা কৰ্ম:
-
অসমীয়া সাহিত্যত প্ৰত্নতাত্ত্বিক গৱেষণা আৰু প্ৰাচীন পুথি সম্পাদনাৰ পথপ্ৰদৰ্শক।
-
-
মৃত্যু: ১৯২৮ চনত।
No comments:
Post a Comment