Redirect Image

js

Sunday, November 23, 2025

মৌলৰ পৰ্যাবৃত্ত শ্ৰণীবিভাজন MCQ

 


1. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা一 

(a) ছ’ডিয়াম

(b) এলুমিনিয়াম

(c) ক্ল’ৰিণ

(d) ব’ৰণ

Ans : (d) ব’ৰণ


2. পৰ্য্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্য্যায়ত থকা ধাতু সমুহৰ নাম হল一 

(a) কার্বন, হাইড্রজেন

(b) লিথিয়াম, বেৰিলিয়াম

(c) জিংক, আৰ্চেনিক

(d) কেডমিয়াম, ফ্রেমিয়াম

Ans : (b) লিথিয়াম, বেৰিলিয়াম


3. মৌলৰ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসার্ধ ক্রমান্বয়ে一

(a) বাঢ়ে

(b) কমে

(c) একেই থাকে

(d) ওপৰৰ এটাও নহয়

Ans : (b) কমে


4. পর্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাঁওফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়? 

(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে

(b) যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে

(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়

(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে

Ans : (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়


5.মৌল X যে XCl2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? 

(a) Na

(b) Al

(c) Mg

(d) Si

Ans : (c) Mg


6. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7।  তলত মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ?

(a) N (7)

(b) F (9)

(c) P (15)

(d) Ar (18)

Ans : (b) F (9)


7. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা ‘K’ মৌলৰ অক্সাইডটোৰ সংকেত হ’ল一

(a) KO

(b) K2O

(c) K3O

(d) K2O2

Ans : (b) K2O


8. মৌলৰেৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণবিক সংখ্যাৰ পর্যায়ক্রমে সলনি হয়। এই সূত্ৰটোক বোলা হয়一

a) মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্র

(b) নিউলেণ্ডছৰ অষ্টক সূত্র

(c) আধুনিক পর্যাবৃত্ত সূত্র

(d) ম’জলেৰ সূত্ৰ

Ans : (c) আধুনিক পর্যাবৃত্ত সূত্র


9. মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পর্যায়ক্রমে সলনি হয়। এই সূত্ৰটো আগবঢ়াইছিল一

(a) নিউলেণ্ডছ

(b) ড’বাৰেইনাৰ

(c) ম’জলে

(d) মেণ্ডেলিভ

Ans : (d) মেণ্ডেলিভ


10. আধুনিক পর্যাবৃত্ত তালিকাত মৌলবোৰক সজোৱা হৈছিল一

(a) মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত

(b) মৌলবোৰৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত

(c) মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ অধঃক্রমত

(d) মৌলবোৰৰ পাৰমাণৱিক ভৰ অধঃক্রমত

Ans : (a) মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত


11. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত মৌলবোৰক সজোৱা হৈছিল—

(i) মৌলবোৰৰ পাৰমাণৱিক ভৰৰ ভিত্তিত

(ii) মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ ভিত্তিত

(iii) মৌলবোৰৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত

(iv) মৌলবোৰৰ ভৌতিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত

ইয়াৰে শুদ্ধ বিকল্পটো হ’ল

(a) কেৱল ((ii))

(b) (i) আৰু (iii)

(c) (ii) আৰু (iv)

(d) (ii) আৰু (iii)

Ans : (b) (i) আৰু (iii)


12. মৌলবোৰৰ ধৰ্মৰোৰ সিহঁতৰ পাৰমাণবিক ভ পর্যায়ক্রমে সলনি হয়। এই সূত্ৰটোক বোলা হয়—

(a) নিউলেণ্ডছৰ অষ্টক সূত্র

(b) ড’বাৰেইনাৰৰ ট্ৰায়াড

(c) মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্র

(d) আধুনিক পর্যাবৃত্ত সূত্র

Ans : (c) মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্র


13. আধুনিক পর্যাবৃত্ত তালিকাত থকা পর্যায় আৰু বৰ্গৰ সংখ্যা ক্রমে一

(a) 6, 8

(b) 8, 6

(c) 7, 18

(d) 18, 7

Ans : (c) 7, 18


14. মেণ্ডেলিভৰ তালিকাত থকা পৰ্যায় আৰু বৰ্গৰ সংখ্যা ক্রমে一

(a) 7, 18

(b) 18,7

(c) 8.5

(d) 6,8

Ans : (d) 6,8


15. পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ’লে মৌলবোৰৰ ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা (অধাতবীয় ধর্ম) ক্রমান্বয়ে—

(a) কমে

(b) বাঢ়ে

(c) একে থাকে

(d) ওপৰৰ এটাও নহয

Ans : (b) বাঢ়ে


16. পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত তললৈ আহিলে মৌলবোৰৰ ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা (অধাতবীয় ধর্ম) ক্রমান্বয়ে一

(a) কমে

(b) বাঢ়ে

(c) একে থাকে

(d) ওপৰৰ এটাও নহয়

Ans : (a) কমে


17. পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্ৰন হেৰুওৱাৰ প্ৰৱণতা (ধাতৱীয় ধর্ম) ক্রমান্বয়ে一

(a) কমে

(b) বাঢ়ে

(c) একে থাকে

(d) ওপৰৰ এটাও নহয়

Ans : (b) বাঢ়ে


18. আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে মৌলবোৰৰ যোজ্যতা一

(a) কমে

(b) বাঢ়ে

(c) একে থাকে

(d) ওপৰৰ এটাও নহয়

Ans : (c) একে থাকে


19. আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ’লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে—

(a) বাঢ়ে

(b) কমে

(c) একে থাকে

(d) ওপৰৰ এটাও নহয

Ans : (a) বাঢ়ে


20. দ্বিতীয় পৰ্যায়ৰ মৌলসমূহ একাদিক্রমে Li, Be B, C, N, O, F আৰু Ne – ইহঁতৰ ভিতৰত কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ ?

(a) Li

(b) Be

(c) Ne

(d) F

Ans : (c) Ne


21. প্ৰথম বৰ্গৰ ধাতুসমূহ একাদিক্রমে Li, Na, K., Rb, Cs, Fr ৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰমাণু থকা মৌলটো হ’ল—

(a) Rb

(b) Cs

(c) Li

(d) Fr

Ans : (d) Fr


22. তলৰ কোনটো এটা ড’বেৰেইনাৰৰ ট্ৰায়াড ?

(a) Li, Na, Ca

(b) K, Sr, Ba

(c) Ca, Sr, Be

(d) Cl, Br, I

Ans : (d) Cl, Br, I


23. নিউলেওছে তেওঁৰ সময়লৈকে জ্ঞাত ৫৬ টা মৌলক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাবলৈ যত্ন কৰিছিল। তেওঁৰ তালিকাৰ প্ৰথম মৌলটো যদি হাইড্ৰ’জেন আছিল, তেন্তে ৫৬ তম মৌলটো আছিল—

(a) জিৰক’নিয়াম

(b) ছেলেনিয়াম

(c) থ’ৰিয়াম

(d) ষ্ট্ৰনছিয়াম

Ans : (c) থ’ৰিয়াম


24. তলৰ কোনটো ৰসায়ন বিজ্ঞানৰ এক একত্ৰীকৰণ নীতি হিচাপে গৃহীত হৈছিল?

(a) ড’বেৰেইনাৰৰ ট্ৰায়াড

(b) নিউলেণ্ডছৰ অষ্টক সূত্র

(c) মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা

(d) আধুনিক পর্যাবৃত্ত তালিকা

Ans : (c) মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা


25. ক্ষাৰ ধাতু সমূহৰ বহিৰতম খোলত থকা ইলেক্ট্ৰণৰ সংখ্য়া—

(a) 2

(b) 1

(c) 8

(d) 4

Ans : (b) 1

No comments:

Post a Comment

ASSEB Class IX English Textbook:Moments, Chapter 2: The Adventures of Toto Additional Questions and Answers

Chapter: The Adventures of Toto Addtional Questions and Answers Multiple Choice Questions (MCQs) 1. Who is the author of "The...