1. চর্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে—
(a) টিপচিনে
(b) পেপছিনে
(c) এমাইলেজে
(d) পিত্ত লবণে
Ans : (d) পিত্ত লবণে
2. অবাত শ্বসন সম্পন্ন হয়—
(a) মাইট’কন্দ্ৰিয়াত
(b) ক্ল’ৰ’প্লাষ্টত
(c) কোষকেন্দ্ৰত
(d) চাইট’প্লাজমত
Ans : (d) চাইট’প্লাজমত
3. শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ’ল—
(a) এমাইলেজ
(b) লাইপেজ
(c) পেপচিন
(d) ট্রিপচিন
Ans : (a) এমাইলেজ
4. যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক—
(a) সালোক সংশ্লেষণ বোলে
(b) বাষ্পমোচন বোলে
(c) স্থানান্তৰ বোলে
(d) দীপ্তফচফ’ৰিলীকৰণ বোলে
Ans : (a) সালোক সংশ্লেষণ বোলে
5. আমাৰ লালটিত থকা উৎসেচক বিধক বোলা হয়—
(a) এমাইলেজ
(b) লাইপেজ
(c) ট্রিপচিন
(d) পেপ্চিন
Ans : (a) এমাইলেজ
6. অবাত শ্বসন সংঘটিত হয়—
(a) চাইট প্লাজমত
(b) প্রমস্তিষ্কত
(c) পেশী কোষত
(d)ওপৰৰ এটাও নহয
Ans : (a) চাইট প্লাজমত
7. স্পাইগ’মেনোমিটাৰ এবিধ যন্ত্ৰ, যাক মানুহৰ ________জুখিবলৈ ব্যৱহাৰ কৰা হয়
(a) ৰক্তচাপ
(b) তেজত O2 ৰ মাত্ৰা
(c) তেজত শৰ্কৰাৰ মাত্ৰা
(d) তেজত ইউৰিয়াৰ মাত্ৰা
Ans : (a) ৰক্তচাপ
8. ভিলাই ক’ত থাকে ?
(a) ক্ষুদ্রান্ত্র
(b) বৃহদান্ত্র
(c) যকৃত
(d) পাকস্থলী
Ans : (a) ক্ষুদ্রান্ত্র
9. শৰীৰত অক্সিজেন বিতৰণত কোনে সহায় কৰে —
(a) হিমগ্লবিন
(b) অগ্নাশয়
(c) বৃহদান্ত্র
(d) ওপৰৰ এটাও নহয
Ans : (a) হিমগ্লবিন
10. মানুহৰ দেহৰ কোনটো অংশত খাদ্যৰ সম্পূৰ্ণ পাচন হয় —
(a) বৃহদান্ত্র
(b) ক্ষুদ্রান্ত্ৰ
(c) অগ্নাশয়
(d) ওপৰৰ এটাও নহয
Ans : (b) ক্ষুদ্রান্ত্ৰ
11. বৃক্কৰ গঠনৰ একক হ’ল —
(a) ভিলাই
(b) নেফ্রন
(c) ধমনী
(d) শিৰা
Ans : (b) নেফ্রন
12. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ —
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
Ans : (c) ৰেচন
13. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল-
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন’ এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহ
Ans : (a) পানীৰ পৰিবহন
14. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়—
(a) কাৰ্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা
Ans : (d) ওপৰৰ আটাইকেইটা
15.পাইৰুভেট অণু ভাঙি কাৰ্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়-
(a) চাইট’প্লাজমত
(b) মাইট’কন্ড্ৰিয়াত
(c) ক্ল’ৰপ্লাষ্টত
(d) কোষকেন্দ্ৰত
Ans : (b) মাইট’কন্ড্ৰিয়াত
16. পদাৰ্থৰ অণু কোনো মাধ্যমত বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ গতি কৰি বিয়পি পৰাক—
(a) আসৃতি
(b) ব্যাপন
(c) অৱশোষণ
(d) নিসৃতি
Ans : (b) ব্যাপন
17. এজন প্রাপ্তবয়স্ক মানুহৰ দুয়োটা বৃদ্ধৰদ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিশ্ৰাৱণ হয়?
(a) 2 L
(b) 180 L
(c) 100 L
(d) 50 L
Ans : (b) 180 L
18. জাইলেম কলাৰ নলীকাবোৰক বোলা হয়—
(a) লসিকা
(b) ট্ৰেকাইড
(c) অণুচক্ৰিকা
(d) ভিলাই
Ans : (b) ট্ৰেকাইড
19. মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্টোৰ নাম—
(a) কাৰ্ব’হাইড্ৰেইট
(b) প্ৰটিন
(c) হিম’গ্ল’বিন
(d) প্লাজমা
Ans : (c) হিম’গ্ল’বিন
20. তেজৰ তৰল মাধ্য়মটোক কোৱা হয়—
(a) প্ৰটিন
(b) হিম’গ্ল’বিন
(c) প্লাজমা
(d) ৰক্তজালিকা
Ans : (c) প্লাজমা
21. হওঁফাওঁৰ ভিতৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগবোৰ হৈছে—
(a) ৰক্তনলীক
(b) ভিলাই
(c) লসিকা
(d) বায়ুকূপ
Ans : (d) বায়ুকূপ
22. A.T.P অণুত থকা ফছফেট অণু ওলাই গলে উৎপন্ন হোৱা শক্তিৰ পৰিমাণ—
(a) 33.3 K.J / Mol
(b) 30.5 K.J / Mol
(c) 37.3 K.J / Mol
(d) 31.5 K.J / Mol
Ans : (b) 30.5 K.J / Mol
23. পেশীকোষত অক্সিজেনৰ পৰিমাণ কমি গলে পাইৰুভেত অনুৰ ভাঙোন ঘটি কি উৎপন্ন হয়?
(a) হাইড্ৰ’ক্ল’ৰিক এচিড
(b) কাৰ্বন’ডাই’অক্সাইড
(c) লেকটিক এচিড
(d) ইথানল
Ans : (c) লেকটিক এচিড
24. মলত্য়গ কাৰ্যক নিয়ন্ত্ৰণ কাৰে—
(a) স্নায়ু পেশীয়ে
(b) স্ফিনক্টাৰ পেশীয়ে
(c) অগ্নাশয়ে
(d) বৃক্কই
Ans : (b) স্ফিনক্টাৰ পেশীয়ে
25. ক্ষুদ্রান্ত্ৰৰ বেৰত থকা আঙুলী সদৃশ প্ৰবৰ্ধবোৰ হল—
(a) বায়ুকূপ
(b) ভিলাই
(c) লসিকা
(d) জাইলেম
Ans : (b) ভিলাই
26. আমাৰ পাকস্থলীত উৎপন্ন হোৱা এচিডবিধ হল—
(a) এমিন এচিড
(b) হাইড্ৰ’ক্লৰিক এচিড
(c) ছালফিউৰিক এচিড
(d) মিথানয়িক এচিড
Ans : (b) হাইড্ৰ’ক্লৰিক এচিড
Also Read: Class 10 Science Chapter 4 [প্ৰশ্নোত্তৰ]
27. তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায়—
(a) শ্বসন
(b) প্রস্বেদন
(c) পৰিপুষ্টি
(d) ৰেচন
Ans : (c) পৰিপুষ্টি
28. জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্রয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ’ল—
(a) পৰিপুষ্টি
(b) পৰিবহণ
(c) ৰেচন
(d) শ্বসন
Ans : (c) ৰেচন
29. জীৱৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্যদ্রব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ’ল—
(a) শ্বসন
(b) পৰিবহণ
(c) পৰিপুষ্টি
(d) ৰেচন
Ans : (b) পৰিবহণ
30.জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদার্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো হ’ল—
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
Ans : (c) ৰেচন
31. আমাৰ মুখ গহ্বৰত থকা গ্রন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ –
(a) লাইপেজ
(b) পেপচিন
(c) ট্রিপচিন
(d) লালটি এমাইলেজ
Ans : (d) লালটি এমাইলেজ
32. পাকস্থলী গ্রন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ —
(a) পেপচিন
(b) ট্রিপচিন
(c) লালটি এমাইলেজ
(d) লাইপেজ
Ans : (a) পেপচিন
33. তলৰ কোনটো গ্ৰন্থি আমাৰ শৰীৰত হাইড্ৰ’ক্লৰিক এছিড নিঃসৰণৰ লগত জড়িত —
(a) লালটি গ্রন্থি
(b) আন্ত্রিক গ্রন্থি
(c) পাকস্থলী গ্রন্থি
(d) যকৃত
Ans : (c) পাকস্থলী গ্রন্থি
34. তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্রাস্ত্ৰত খাদ্যদ্রব্যক ক্ষাৰকীয় গুণবিশিষ্ট কৰে—
(a) লালটি
(b) পিত্তৰস
(c) আগ্নিক ৰস
(d) অগ্নাশয় ৰস
Ans : (b) পিত্তৰস
35. চৰীৰ পাচনৰ লগত জড়িত উৎসেচকবিধ হ’ল—
(a) পেপচিন
(b) লাইপেজ
(c) লালটি এমাইলেজ
(d) ট্রিপচিন
Ans : (b) লাইপেজ
36. তলৰ কোনবিধ উৎসেচক প্ৰটিন বিশ্লেষণৰ লগত জড়িত—
(a) লালটি এমাইলেজ
(b) হাইড্ৰ’ক্লৰিক এছিড
(c) লাইপেজ
(d) ট্রিপচিন
Ans : (d) ট্রিপচিন
37. প্ৰ’টিনৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদার্থবিধ হ’ল—
(a) এমিন’ এছিড
(b) গ্লুক’জ
(c) ফেটি এছিড
(d) গ্লিচাৰ’ল
Ans : (a) এমিন’ এছিড
38. জটিল কাৰ্বহাইড্ৰেটৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থবিধ —
(a) গ্লুক’জ
(b) গ্লাইক’জেন
(c) শ্বেতসাৰ
(d) মাল্টজ
Ans : (a) গ্লুক’জ
38. লালটিত থকা উৎসেচক বিধৰ নাম হ’ল —
(a) পেপচিন
(c) ৰেনিন
(b) টায়েলিন
(d) এমাইলেজ
Ans : (d) এমাইলেজ
39. উদ্ভিদদেহত পানী আৰু খনিজ লৱণৰ পৰিবহণৰ লগত জড়িত কলাবিধ হ’ল—
(a) ফ্লোৱেম
(b) জাইলেম
(c) ক’লেনকাইমা
(d) স্কেলেৰেনকাইমা
Ans : (b) জাইলেম\
40. উদ্ভিদদেহত খাদ্যদ্রব্য পৰিবহণৰ লগত জড়িত কলাবিধ হ’ল—
(a) ফ্লোৱেম
(b) জাইলেম
(c) স্কেলেৰেনকাইমা
(d) কলেনকাইমা
Ans : (a) ফ্লোৱেম
No comments:
Post a Comment