js

Sunday, November 23, 2025

জীৱই কেনেকৈ বংশবিস্তাৰ

 


1. তলৰ কোনটো কোষৰ অংশত পৰৱৰ্তী প্ৰজন্মলৈ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য থাকে—

(a) কোষ প্রৰস

(b) ক্ৰম’জম

(c) কোষকেন্দ্ৰ প্রৰস

(d) অতিকেন্দ্র

Ans : (b) ক্ৰম’জম


2. তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ তথ্যৰ উৎস বোলা হয়—

(a) কোষকেন্দ্র

(b) DNA

(c) অতিকেন্দ্র

(d) কোষকেন্দ্ৰ প্ৰৰস

Ans : (b) DNA


3. তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্ৰজনন কৰে —

(a) পুনৰুৎপত্তি

(b) বিভংগন

(c) ৰেণু গঠন

(d) বিভাজন

Ans : (d) বিভাজন


4. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজম’ডিয়ামে প্ৰজনন কৰে—

(a) দ্বি-ভাজন

(b) পুনৰুৎপত্তি

(c) বহুবিভাজন

(d) মুকুলোদ্‌গম

Ans : (c) বহুবিভাজন


5. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনেৰিয়াই প্ৰজনন কৰে—

(a) পুনৰুৎপত্তি

(b) মুকুলোদ্‌গম

(c) বিভাজন

(d) ৰেণু গঠন

Ans : (a) পুনৰুৎপত্তি


6. দুপৰটেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ—

(a) মুকুলোদ্‌গম

(b) আংগিক বিস্তাৰণ

(c) বিভাজন

(d) ৰেণু গঠন

Ans : (b) আংগিক বিস্তাৰণ


7. ৰাইজ’পাচে ব্যৱহাৰ কৰা প্ৰজনন পদ্ধতি

(a) আংগিক বিস্তাৰণ

(b) মুকুলোদ্‌গম

(c) বিভাজন

(d) ৰেণু গঠন

Ans : (d) ৰেণু গঠন


৪. পুং আৰু স্ত্ৰীজননকোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয় —

(a) ভ্রূণ

(b) ডিম্বাণু

(c) যোজন কোষ

(d) শুক্রাণু

Ans : (c) যোজন কোষ


9. পুং আৰু স্ত্ৰীজননকোষৰ মিলনক কোৱা হয়—

(a) অংকুৰণ

(b) নিষেচন

(c) ইতৰ-পৰাগযোগ

(d) স্ব-পৰাগযোগ

Ans : (b) নিষেচন


10. ফুলত থকা তলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়।

(a) ডিম্বক

(b) গর্ভাশয়

(c) গর্ভমুণ্ড

(d) স্ত্রীস্তৱক

Ans : (a) ডিম্বক


11. ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয় —

(a) ডিম্বক

(b) গর্ভাশয়

(c) পাহি

(d) বেটুপাত

Ans : (b) গর্ভাশয়


12. পিউবাৰটিৰ সময়ত ল’ৰাৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিধ —

(a) এষ্ট্ৰ’জেন

(b) থাইৰ ‘ক্সিন

(c) টেষ্ট’ষ্টেৰণ

(d) ইনচুলিন

Ans : (c) টেষ্ট’ষ্টেৰণ


13. পিউবাৰটিৰ সময়ত ছোৱালীৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিধ —

(a) ইনচুলিন

(b) বৃদ্ধি হৰম’ন

(c) টেষ্ট’ষ্টেৰণ

(d) এষ্ট্ৰ’জেন

Ans : (d) এষ্ট্ৰ’জেন


14. মানুহৰ পুং জননতন্ত্ৰৰ কোনটো এটা অংশ নহয়—

(a) মূত্রপথ

(b) ফেল’পিয়ান নলী

(c) শুক্রবাহী নলী

(d) প্রষ্টেট গ্রন্থি

Ans : (b) ফেল’পিয়ান নলী


15. তলৰ কোনটো অংশত মানুহৰ স্ত্ৰী জননকোষ গঠিত হয় –

(a) ডিম্ববাহী নলী

(b) জৰায়ু

(c) ডিম্বাশয়

(d) যোনি

Ans : (c) ডিম্বাশয়


16. তলৰ কোনটো অংশত মানুহৰ পুং জননকোষ বা শুক্রাণু গঠিত হয় –

(a) প্রষ্টেট গ্রন্থি

(b) শুক্রবাহী নলী

(c) শুক্ৰাধাৰ

(d) শুক্রাশয়

Ans : (d) শুক্রাশয়


17. প্রেচেষ্টাই মাতৃগৰ্ভত ভ্রূণ এটাৰ কোনটো প্ৰক্ৰিয়াত সহায় কৰে –

(a) পৰিপুষ্টি

(b) ৰেচন

(c) শ্বসন

(d) ওপৰৰ আটাইকেইটা

Ans : (d) ওপৰৰ আটাইকেইটা


18. তলৰ কোনটো জীৱত মুকুলোদ্‌গমৰ জৰিয়তে অযৌন প্রজনন সম্পন্ন হয় —

(a) এমিবা

(b) ইষ্ট

(c) প্লাজম’ডিয়াম

(d) লাইছমেনিয়া

Ans : (b) ইষ্ট


19. তলৰ কোনটো মানুহৰ শৰীৰৰ স্ত্ৰী জনন তন্ত্ৰৰ অংশ নহয়

(a) ডিম্বাশয়

(b) জৰায়ু

(c) শুক্রবাহী নলী

(d) ডিম্ববাহী নলী বা ফেল’পিয়ান নলী

Ans : (c) শুক্রবাহী নলী


No comments:

Post a Comment

প্রাকৃতিক সম্পদ ব্যৱস্থাপনা

  1. বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ হ’ল— (a) বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰুৱালগীয়া হয় (b) বৃহৎ পৰিস্থিতিতন্ত্র বিনষ্ট হয...