js

Sunday, November 23, 2025

বিদ্যুৎ MCQ

 


1. তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক (বাণিজ্যিক) একক—

(a) জুল

(b) কিলোৱাট

(c) কিলোৱাট/ঘণ্টা

(d) বাট

Ans : (c) কিলোৱাট/ঘণ্টা


2. এটা পদাৰ্থৰ ৰোধকতাৰ SI একক—

(a) \Omega

(b) \Omega m

(c) \Omega m^{-1}

(d) \Omega m^{-2}

Ans : (b) \Omega m


3. দুডাল তাঁৰৰ দৈৰ্ঘ্য, ৰোধ, ৰোধাংক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2, তাৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ’ব?

(a) 1:2

(b) 1:4

(c) 4:1

(d) 1: √2

Ans : (a) 1:2


4. এক মাইক্ৰ’এম্পিয়াৰ বিদ্যুৎ প্রবাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্রন চালিত হ’ব লাগিব ?

(a) 1.6\times10^{18}

(b) 6.25\times10^{-18}

(c) 6.25\times10^{18}

(d) 1.6\times10^{-19}

Ans : (c) 6.25\times10^{18}


5. বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1kWh মানে—

(a) 36\times10^6 J

(b) 3.6\times10^6 J

(c) 3.6\times10^5 J

(d) 36\times10^4 J

Ans : (b) 3.6\times10^6 J


6. বৈদ্যুতিক আধানৰ SI একক হ’ল কি?

(a) এম্পিয়াৰ

(b) ভল্ট

(c) কুলম্ব

(d) ৱাট

Ans : (c) কুলম্ব


7. বৈদ্যুতিক বর্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ’ল কি?

(a) ভল্টমিটাৰ

(b) এমিটাৰ

(c) গেলভেন’মিটাৰ

(d) পৰিৱৰ্তনশীল ৰোধ

Ans : (b) এমিটাৰ


8. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 20 মিনিটত 0.5A প্রবাহ ল’লে, বর্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ হ’ব—

(a) 5 C

(b) 50C

(c) 600C

(d) 300C

Ans : (c) 600C


9. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 এম্পিয়াৰক সূচায়—

(a) 1c/1v

(b) 1v/1c

(c) 1c/1s

(d) 1J/1c

Ans : (c) 1c/1s


10. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ভল্ট সূচায়—

(a) 1c/1v

(b) 1v/1c

(c) 1c/1s

(d) 1J/1c

Ans : (d) 1J/1c



11. বৰ্তনীৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ হ’ল—

(a) এমিটাৰ

(b) ভল্টমিটাৰ

(c) গেলভেন’মিটাৰ

(d) পৰিৱৰ্তনশীল ৰোধ

Ans : (b) ভল্টমিটাৰ


12. বর্তনীত বিভৱভেদ জুখিবলগীয়া বিন্দু দুটাৰ মাজত ভল্টমিটাৰ এটা সংযোগ কৰা হয়—

(a) সমান্তৰালভাৱে

(b) শ্রেণীবদ্ধভাৱে

(c) শ্রেণীৱদ্ধ বা সমান্তৰালভাৱে

(d) ইয়াৰ এটাও নহয়

Ans : (a) সমান্তৰালভাৱে


13. বৰ্তনীৰ প্ৰবাহ জুখিবলৈ বৰ্তনীটোত এমিটাৰ এটা সংযোগ কৰা হয়—

(a) সমান্তৰালভাৱে

(b) শ্রেণীবদ্ধভাৱে

(c) শ্রেণীৱদ্ধ বা সমান্তৰাল ভাৱে

(d) ইয়াৰ এটাও নহয়

Ans : (b) শ্রেণীবদ্ধভাৱে


14. 6V বিভৱভেদৰ দুটা বিন্দুৰ মাজত 4C আধান চালিত কৰোঁতে কৰিবলগীয়া কাৰ্য—

(a) 1.5J

(b) 12 J

(c) 2/3 J

(d) 24 J

Ans : (d) 24 J


15. 2mA প্রবাহ ৰোৱা ৰোধক এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ 9V হ’লে, ৰোধকটোৰ ৰোধ হ’ব—

(a) 2\times10^3\Omega

(b) 4\Omega

(c) 4.8\times10^3\Omega

(d) 4.82\Omega

Ans : (c) 4.8\times10^3\Omega


16. 200 Ω ৰোধক এটাৰ মাজেৰে 3µA (মাইক্ৰ’এম্পিয়াৰ) প্ৰবাহ চালিত হ’লে, ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ হ’ব—

(a) 60V

(c) 10V

(b) 6\times10^{-7}V

(d) 6\times10^{-4}V

Ans : (d) 6\times10^{-4}V


17. 15 Ω ৰোধৰ বৈদ্যুতিক হিটাৰ এটাই 3KV বিভবভেদত কাম কৰিলে, ই কঢ়িওৱা প্রবাহ হ’ব—

(a) 200A

(b) 45A

(c) 45000A

(d) 5A

Ans : (a) 200A


18. বৈদ্যুতিক ৰোধৰ SI একক কি?

(a) Ω

(b) Ω m

(c) কুলম্ব

(d) এম্পিয়াৰ

Ans : (a) Ω


19. তলৰ কোনটোই 1 ওমক সূচায়—

(a) 1V/1S

(b) 1V/1A

(c) 1J/1C

(d) 1C/1S

Ans : (b) 1V/1A


20. বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধ হ’ল-

(a) গেলভেন ‘মিটাৰ

(b) এমিটাৰ

(c) ভল্টমিটাৰ

(d) পৰিৱৰ্তনশীল ৰোধ (ৰিঅ’ষ্টেট)

Ans : (d) পৰিৱৰ্তনশীল ৰোধ (ৰিঅ’ষ্টেট)


21. পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকটো হ’ল—

(a) পৰিবাহীৰ দৈৰ্ঘ্য

(b) পৰিবাহীৰ গ্ৰন্থচ্ছেদৰ কালি

(c) পৰিবাহীৰ উষ্ণতা

(d) ওপৰৰ আটাইকেইটা

Ans : (d) ওপৰৰ আটাইকেইটা


22. বৰ্তনী এটাৰ পৰিবাহী তাঁৰডালৰ দৈৰ্ঘ্য দুগুণ কৰা হ’ল। বৰ্তনীৰ প্ৰবাহৰ মান—

(a) দুগুণলৈ বৃদ্ধি হ’ব

(b) পূৰ্বতকৈ \frac12 হ’ব

(c) পূৰ্বৰ প্ৰবাহৰ \frac13 গুণ হ’ব

(d) একে থাকিব

Ans : (b) পূৰ্বতকৈ \frac12 হ’ব


23. বিভৱভেদ স্থিৰে ৰাখি বৈদ্যুতিক উপাদান এটাৰ ৰোধৰ মান আধা কৰিলে, ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ মান আগৰ মানৰ তুলনাত হ’ব—

(a) আধা

(b) একে

(c) দুগুণ

(d) 4 গুণ

Ans : (c) দুগুণ


24. ৰোধ স্থিৰে থকা অৱস্থাত বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওঁতে, ইয়াৰ মাজেৰে চালিত প্রবাহৰ মান আগৰ মানৰ হ’ব—

(a) দুগুণ

(b) তিনিগুণ

(c) চাৰিগুণ

(d) আধা

Ans : (d) আধা


25. বৈদ্যুতিক প্ৰবাহৰ SI একক কি?

(a) ভল্ট

(b) বাট

(c) কুলম্ব

(d) এম্পিয়াৰ

Ans : (d) এম্পিয়াৰ


26. এটা ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ—

(a) 1.6\times10^{-19} C

(b) 1.6\times10^{-18} C

(c) 1.6\times10^{18} C

(d) 6.25\times10^{-19} C

Ans : (a) 1.6\times10^{-19} C


27. বৈদ্যুতিক তাপীয় সঁজুলিৰ কুণ্ডলী তৈয়াৰ কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয় ?

(a) তাম

(b) নিকেল

(c) টাংস্টেন

(d) নিক্ৰ’ম

Ans : (d) নিক্ৰ’ম


28. ৰোধকৰ শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—

(a) প্ৰতিটো ৰোধকৰ মাজেৰে বোৱা প্ৰবাহৰ মান একে

(b) প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ বৰ্তনীৰ মুঠ বিভৱভেদৰ সমান

(c) বৰ্তনীৰ মুঠ ৰোধৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়

(d) বৰ্তনীৰ মুঠ প্ৰবাহৰ পৰিমাণ যথেষ্ট কমি যায়

Ans : (b) প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ বৰ্তনীৰ মুঠ বিভৱভেদৰ সমান


29. তলৰ কোনটো সমীকৰণ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্রক সূচায়—

(a) P=VI

(b) V = IR

(c) H = I^2Rt

(d) P = Rt

Ans : (c) H = I^2Rt


30. বৈদ্যুতিক ফিউজে তলৰ কোনটো ক্ৰিয়াৰ আধাৰত কাম কৰে?

(a) বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া

(b) বিদ্যুৎ প্রবাহৰ পোহৰ ক্ৰিয়া

(c) বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া

(d) বিদ্যুৎ প্রবাহৰ যান্ত্রিক ক্রিয়া

Ans : (c) বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া


31. বৈদ্যুতিক বাল্বৰ ফিলামেন্ট প্ৰস্তুত কৰিবলৈ তলৰ কোনটো ধাতু বহুলভাবে ব্যবহৃত হয়—

(a) তাম

(b) এলুমিনিয়াম

(c) নিকেল

(d) টাংষ্টেন

Ans : (d) টাংষ্টেন


32. বৈদ্যুতিক বর্তনী এটাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—

(a) বৈদ্যুতিক প্রবাহৰ দিশ বৈদ্যুতিক কোষৰ ধনাত্মক প্ৰান্তৰ পৰা ঋণাত্মক প্ৰান্তলৈ

(b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে

(c) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ বিপৰীত

(d) ধনাত্মক আধানৰ গতিৰ দিশকেই প্ৰবাহৰ দিশ হিচাপে বিবেচনা কৰা হয়

Ans : (b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে


33. বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ আধাৰত তলৰ কোনটো বৈদ্যুতিক সঁজুলিয়ে কাম নকৰে ?

(a) বৈদ্যুতিক ইস্ত্রি

(b) বৈদ্যুতিক পাংখা

(c) পাউৰুটি সেকা সঁজুলি

(d) বৈদ্যুতিক কেটলি

Ans : (b) বৈদ্যুতিক পাংখা


34. বৈদ্যুতিক ক্ষমতাৰ SI একক

(a) ওম

(b) ভল্ট

(c) ৱাট

(d) এম্পিয়াৰ

Ans : (c) ৱাট


35. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ৱাটক সূচায়—

(a) 1V x 1C

(b) 1V × 1A

(c) 1J/1C

(d) 1A x 1 J

Ans : (b) 1V × 1A

No comments:

Post a Comment

SEBA Class X সমাজ বিজ্ঞান ৰাজনীতি বিজ্ঞান দ্বিতীয় অধ্যায় আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সম্পূৰ্ণ প্ৰশ্ন উত্তৰ

আন্তৰ্জাতিক সংস্থা- সম্পূৰ্ণ প্ৰশ্ন উত্তৰ 2024 1) ‘ৰাষ্ট্ৰসংঘৰ দিৱস’ৰ তাৰিখটো উল্লেখ কৰা – (a) ২০ অক্টোবৰ (b) 22 অক্টোবৰ (c) ২৩ অক্টোবৰ (d)...