1. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা—
(a) ছডিয়াম
(b) এলুমিনিয়াম
(c) ক্ল’ৰিন
(d) ব’ৰণ
Ans : (d) ব’ৰণ
2. তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্রবল বেগে বিক্ৰিয়া কৰে ?
(a) Al
(b) Fe
(c) Na
(d) Ca
Ans : (d) Ca
3. তলতনাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্রিয়া কৰে ?
(a) Na
(b) Fe
(c) Cu
(d) Ag
Ans : (a) Na
4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, যিংকৰ নহয়। কিয়নো —
(a) টিনতকৈ যিংক দামী
(b) যিংকৰ গলনাংক টিনতকৈ বেছি
(c) যিংক টিনতকৈ অধিক সক্রিয়
(d) যিংক টিনতকৈ কম সক্রিয়
Ans : (c) যিংক টিনতকৈ অধিক সক্রিয়
5. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যোগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো হ’ল –
(a) কেলছিয়াম
(b) কাৰ্বন
(c) ছিলিকন
(d) আইন
Ans : (a) কেলছিয়াম
7. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত一
(a) গ্ৰীজ ব্যৱম্বৰ কৰি
(b) ৰং ব্যৱহাৰ কৰি
(c) যিংকৰ প্ৰলেপ দি
(d) ওপৰৰ সকলো
Ans : (c) যিংকৰ প্ৰলেপ দি\
8. তলৰ মৌলবোৰৰ কোনটো আটাইতকৈ বেছি ঘাতসহনশীল ?
(a) ছ’ডিয়াম
(b) তাম
(c) সোণ
(d) এলুমিনিয়াম
Ans : (c) সোণ
9. লোৰ লগত নিকেল আৰু ক্ৰমিয়াম মিহলাই পোৱা সংকৰ ধাতুটো
হ’ল一
(a) ব্ৰ’ঞ্জ
(b) পিতল
(c) নিষ্কলংক তীখা (ষ্টেইনলেচ ষ্টীল)
(d)
ছ’ল্ডাৰ
Ans : (c) নিষ্কলংক তীখা (ষ্টেইনলেচ ষ্টীল)
10. আকৰৰ পৰা আহৰণ কৰাৰ পিছত ধাতু এটাত থকা বিভিন্ন অশুদ্ধি আঁতৰ
কৰা পদ্ধতিটো হ’ল一
(a) গাঢ়ীকৰণ
(b) বিদ্য়ুৎ পৰিশোধন
(c) দগ্ধীকৰণ
(d)
তাপজাৰণ
Ans : (b) বিদ্য়ুৎ পৰিশোধন
Class 10 Science Chapter 3 MCQ Assamese Medium Online Test
11. খনিৰ পৰা আহৰণ কৰা আকৰৰ লগত মিহলি হৈ থকা মাটি, বালি আদি
অশুদ্ধি আঁতৰ কৰা প্ৰক্ৰিয়াটো হ’ল一
(a) দক্ষীকৰণ
(b) শোধন
(c)
গাঢ়ীকৰণ
(d) বিজাৰণ
Ans : (c) গাঢ়ীকৰণ
12. উচ্চ সক্ৰিয়তাৰ ধাতুৰ নিষ্কাশনৰ বাবে তলৰ কোনটো পদ্ধতি
ব্যৱহাৰ হয় ?
(a) কার্বন বিজাৰণ
(b) বিদ্যুৎ বিজাৰণ
(c) প্রতিস্থাপন
(d)
জাৰণ
Ans : (b) বিদ্যুৎ বিজাৰণ
13. ধাতব অক্সাইডৰ পৰা ধাতুটো আহৰণ কৰিবলৈ তলৰ কোনটো প্ৰক্ৰিয়া
ব্যৱহৃত হয়?
(a) জাৰণ
(b) তাপজাৰণ
(c) বিজাৰণ
(d) দক্ষ্মীকৰণ
Ans : (c) বিজাৰণ
14. কার্বনেট আকৰক ধাতব আক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিটোক কোৱা
হয়一
(a) দগ্ধীকৰণ
(b) তাপজাৰণ
(c) বিজ্ঞাৰণ
(d) শোধন
Ans : (a) দগ্ধীকৰণ
15. ছালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতব অক্সাইডলৈ
পৰিৱৰ্তিত কৰা হয়। এই পদ্ধতিক কোৱা হয়—
(a) পক্ষীকৰণ
(b) শোধন
(c)
বিজ্ঞাণ
(d) তাপজাৰণ
Ans : (d) তাপজাৰণ
16. তলৰ কোনটো ধাতুৰ এটা আকৰিক চিনাবাৰ ?
(a)
কপাৰ
(b) যিংক
(c) ছিলভাৰ
(d) পাৰা (মাৰকিউৰি)
Ans : (d) পাৰা (মাৰকিউৰি)
17. তলৰ কোনটো প্ৰক্ৰিয়াৰে এলুমিনিয়াম অক্সাইডৰ পৰা
এলুমিনিয়াম ধাতু পোৱা যায় ?
(a) দগ্ধীকৰণ
(b) তাপজাৰণ
(c) কার্বন
বিজ্ঞাৰণ
(d) বিদ্যুৎ বিজাৰণ
Ans : (d) বিদ্যুৎ বিজাৰণ
18. ধাতুসমূহৰ সক্ৰিয়তা ক্ৰম নিৰূপণত সর্বাধিক সহায় কৰে
—
(a) ধাতু আৰু পানীৰ মাজৰ বিক্রিয়াই
(b) ধাতু আৰু এচিডৰ মাজৰ বিক্ৰিয়াই
(c) ধাতু
আৰু অক্সিজেনৰ মাজৰ বিক্ৰিয়াই
(d) ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত কৰা প্রতিস্থাপন বিক্রিয়াই।
Ans : (d) ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত কৰা প্রতিস্থাপন বিক্রিয়াই।
19. তলৰ আটাইতকৈ সক্রিয় ধাতুটো হ’ল一
(a)
সোণ
(b) পটেছিয়াম
(c) এলুমনিয়াম
(d) ছ’ডিয়াম
Ans : (b) পটেছিয়াম
20. তলৰ কোনটো ধাতুৱে লঘু এচিডৰ পৰা হাইড্ৰ’জেনক অপসাৰিত নকৰে
?
(a) Pb
(b) Zn
(c) Cu
(d) Fe
Ans : (c) Cu
21. তলৰ কোন দুটা ধাতুৱে অতি লঘু HNO3 ৰ লগত বিক্ৰিয়া কৰি H2 গেছ উৎপন্ন কৰে?
(a) Cu, Co
(b) Mg, Mn
(c) Al, Fe
(d) Na, K
Ans : (b) Mg, Mn
22. তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্রিয়া নকৰে?
(a) Cu
(b) Fe
(c) Al
(d) Mg
Ans : (a) Cu
23. তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্রিয়া কৰে?
(a) Cu
(b) Pb
(c) K
(d) Ag
Ans : (c) K
24. তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰে?
(a) Mg
(b) Cu
(c) Fe
(d) Ca
Ans : (c) Fe
25. তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে?
(a) K
(b) Mg
(c) Al
(d) Ca
Ans : (b) Mg
26. তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে?
(a) Cu
(b) Fe
(c) Ag
(d) Al
Ans : (c) Ag
27. তলৰ কোনটো এটা উভধর্মী অক্সাইড一
(a) Na2O
(b) KO
(c) CuO
(d) Al2O3
Ans : (d) Al2O3
28. তলৰ কোনটো ধাতব অক্সাইড পানীত দ্রবণীয়一
(a) Na2O
(b) Fe3O4
(c) CuO
(d) PbO
Ans : (a) Na2O
29. তলৰ কোনটো ধাতু কটাৰিৰে কাটিব পাৰি一
(a) মেগনেছিয়াম
(b) ছ’ডিয়াম
(c) সীহ
(d) গেলিয়াম
Ans : (b) ছ’ডিয়াম
30. ধাতৱদ্য়ুতি থকা অধাতুটো一
(a)
কার্বন
(b) ছালফাৰ
(c) ফ’ছফৰাছ
(d) আয়’ডিন
Ans : (d) আয়’ডিন
31. সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো一
(a)
আয়’ডিন
(b) ক্ল’ৰিণ
(c) ব্ৰমিন
(d) ছালফাৰ
Ans : (c) ব্ৰমিন
32. সাধাৰণ উষ্ণতাত জুলীয়া (তৰল) ধাতুটো一
(a)
গেলিয়াম
(b) চিজিয়াম
(c) সীহ
(d) পাৰা
Ans : (d) পাৰা
33. আটাইতকৈ নমনীয় ধাতুটো一
(a) সোণ
(b)
ৰূপ
(c) তাম
(d) এলুমিনিয়াম
Ans : (a) সোণ
34. বায়ুৰ সংস্পৰ্শত ছিলভাৰে ইয়াৰ পৃষ্ঠত এটা ক’লা বৰণৰ পদাৰ্থ উৎপন্ন কৰে। এই পদাৰ্থটো হ’ল一
(a) Ag2S
(b) AgNO3
(c) AgCl
(d) Ag2O
Ans : (a) Ag2S
35. তলৰ কোনটোৱে পিতলৰ সংযুতি সূচাইছে一
(a) Cu+ Zn
(b) Cu + Sn
(c) Pb+ Sn
(d) Fe + C
Ans : (a) Cu+ Zn
36. তলৰ কোনটোৱে ব্ৰ’ঞ্জাৰ সংযুতি সূচাইছে一
(a) Cu +
Zn
(b) Pb + Sn
(c) Cu + Sn
(d) Mg + Al
Ans : (c) Cu + Sn
37. তলৰ কোনটো এটা এমালগাম ?
(a) Na +
Hg
(b) Fe + C
(c) Cu + Sn
(d) Pb+ Sn
Ans : (a) Na + Hg
No comments:
Post a Comment